ফিক্সড ডিপজিটত যদি ছিনিয়ৰ চিটিজেনে ভাল ধন ৰাখিব পাৰে তেন্তে তাৰ পৰা ভাল ৰিটাৰ্ণ পাব। আৰু ইয়াৰ বাবে আপোনালোকে বাছি লব পাৰে এছ বি আইক। ভাৰতৰ অন্যতম বৃহৎ বেংক। তাতেই কেইবাটাও স্কিম আছে যত বিনিয়োগ কৰিলে তাৰ পৰা ছিনিয়ৰ চিটিজেনে দ্বিগুণ ধন লাভ কৰিব পাৰে।
চিনিয়ৰ চিটিজেনে যদি ১০বছৰৰ বাবে ফিক্সড ডিপোজিট কৰে তাৰ পৰা ৭.৩০শতাংশ হাৰত সুদ লাভ কৰিব। যদি ৫০ লাখ টকা ১০ বছৰৰ বাবে বিনিয়োগ কৰ তেন্তে তাৰ পৰা দ্বিগুণ ধন লাভ কৰিব পাৰে। যদি ১০ বছৰত ছিনিয়ৰ চিটিজেনে ৫০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰ পৰা সূদেই লাভ কৰিব ৭.৩ শতাংশকৈ। ৫০ লাখত ১০ বছৰত ব্যক্তিগৰাকীয়ে লাভ কৰিব ৫৩ লাখ ৭ হাজাৰ ৩৪৪টকা। মুঠ ভেল্যু হব ১ কোটি ৩লাখ ৭ হাজাৰ ৩৪৪ টকা।
যদি চিনিয়ৰ চিটিজেনে ইয়াত ৪০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰপৰাই ভাল টকা পাব। ইয়াত ব্যক্তিগৰাকীয়ে লাভ কৰিব ৪২ লাখ ৪৫ হাজাৰ ৮৭৫টকা। মুঠ ভেলু হব ৬১ লাখ ৮৪ হাজাৰ ৪০৬ টকা।
যদি চিনিয়ৰ ছিটিজেনে ইয়াত ২০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰপৰা সুদ পাব ২১ লাখ ২২ হাজাৰ ৯৩৭ টকা। মুঠ ভেল্যু হব ৪১ লাখ ২২ হাজাৰ ৯৩৭ টকা। এটা বিষয় মনত ৰাখিব যতেই বিনিয়োগ নকৰক কিয় পূৰ্বে সমস্ত তথ্য জানি থওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















