এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
শৰীৰৰ ষ্টেমিনা কিয় কমে?
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

৭দিনৰ পাছতেই ভাগ্য সলনি হ’ব! শত্ৰু শনিৰ ঘৰত সূৰ্যৰ প্ৰভাৱত ৪ৰাশিৰ জীৱনত ধনবৃষ্টি

৭দিনৰ পাছতেই ভাগ্য সলনি হ’ব! শত্ৰু শনিৰ ঘৰত সূৰ্যৰ প্ৰভাৱত ৪ৰাশিৰ জীৱনত ধনবৃষ্টি

আগন্তুক ১৪ জানুৱাৰীত সূৰ্যই গোচৰ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ এই সময়ত বৃহস্পতি গ্ৰহ মিথুন ৰাশিত থাকিব৷ ইয়াৰোপৰি বুধ, শুক্ৰ, মঙ্গলে মকৰ ৰাশিলৈ আহি সূৰ্যৰ সৈতে যুঁটি তৈয়াৰ কৰিব৷ সকলো মিলি এই এমাহত যি গ্ৰহগত পৰিস্থিতি তৈয়াৰ হব সেই যোগে কেইবাটাও ৰাশিৰ জাতকৰ বাবে অত্যন্ত ভাল খবৰ কঢ়িয়াই আনিব৷ জানুৱাৰীত সূৰ্যৰ গোচৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কোন কোন ৰাশিৰ ভাল সময় আৰম্ভ হ’ব?

মেষ ৰাশি

সূৰ্যৰ এই গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনলৈ অপ্ৰত্যাশিত লাভ আনি দিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কামসমূহ সম্পন্ন হব৷ যিসকল বেকাৰ তেওঁলোকৰ বাবেও চাকৰিৰ সুযোগ তৈয়াৰ হব আৰু নতুন কৰ্মসংস্থান পাব পাৰে৷ চৰকাৰী ক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় বিশেষভাৱে শুভ৷ আয়ৰ পৰিমাণ বাঢ়িব আৰু আৰ্থিক অৱস্থাৰ উন্নতি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *