• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

2 years ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

44 minutes ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

2 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

2 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

3 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

5 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

5 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

5 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

6 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

7 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

editor by editor
May 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে
0
SHARES
65k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃষ ৰাশিত তৈয়াৰ হ’ব চতুৰ্গ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি মে মাহৰ শেষৰ ফালে অৰ্থাৎ ৩১ মেত গ্ৰহৰ যুৱৰাজ বুধে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত পূৰ্বৰে পৰাই অৱস্থান কৰি আছে বৃহস্পতিয়ে৷ বৃষ ৰাশিত এই চাৰি গ্ৰহ অৰ্থাৎ বুধ, সূৰ্য, শুক্ৰ আৰু বৃহস্পতি মিলি চতুৰ্গ্ৰহী যোগ তৈয়াৰ কৰিব৷ গণনা অনুসৰি বৃষ ৰাশিত ১০০ বছৰ পাছত এই যোগ তৈয়াৰ হ’ব৷ ফলত কেইবাটাও ৰাশিত জাতকৰ ভাগ্যোদয় হ’ব৷ অৰ্থ-সম্পদ বৃদ্ধিৰ প্ৰৱল যোগ আছে এই সময়ত৷ বৃষ ৰাশিত সৃষ্ট চতুৰ্গ্ৰহী যোগ কিছু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷

মেষ ৰাশি

চতুৰ্গ্ৰহী যোগ মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ কাৰণ এই যোগে আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত তৈয়াৰ হ’ব এই যোগ৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আকস্মিক ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ সমাজত মান-সন্মান লাভ কৰিব৷ এই সময়ত ৰৈ থকা অৰ্থ লাভ কৰিব৷ পৰিকল্পনাত সফল হ’ব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব এই সময়ত৷

বৃষ ৰাশি

চতুৰ্গ্ৰহী যোগ বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ লগ্ন স্থানত এই যোগ তৈয়াৰ হ’ব৷ এই সময়ত ব্যক্তিত্ব উন্নত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ চাকৰিয়াল জাতকে এই সময়ত বৃহৎ সাফল্য লাভ কৰিব পাৰিব৷ এই সময়ত একাধিক অসাধাৰণ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ বিবাহিত জাতকৰ দাম্পত্য জীৱন শুভ৷ অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই গোচৰ অত্যন্ত শুভ ফলদায়ী৷ আপোনাৰ আয়ৰ স্থানত এই শুভ যোগ তৈয়াৰ হ’ব৷ আয় বাঢ়িব পাৰে৷ ইয়াৰোপৰি আয়ৰ নতুন উৎস পাব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত বৃহৎ পদ লাভ কৰিব পাৰে৷ ব্যৱসায়ীসকলে এই সময়ত ভাল ধন লাভ কৰিব পাৰিব৷ লগ্নিৰ দ্বাৰা লাভাম্বিত হোৱাৰ যোগ আছে৷ এই ৰাশিৰ যি জাতকৰ শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীত মন আছে তেওঁলোকৰ বাবেও এই সময় অত্যন্ত শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?
বাণিজ্য

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

August 19, 2026
Next Post
সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে আই পি এৰ ট্ৰফি জয় কৰাৰ সপোন মুহুৰ্ততে চুৰমাৰ হৈ পৰিব পাৰে বিৰাট দলৰ

ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে আই পি এৰ ট্ৰফি জয় কৰাৰ সপোন মুহুৰ্ততে চুৰমাৰ হৈ পৰিব পাৰে বিৰাট দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.