• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 weeks ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

33 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

49 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

1 hour ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

2 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

3 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

4 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

4 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

editor by editor
May 18, 2026
in জীৱনশৈলী
0
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনসৰি, সূৰ্যই খুব শীঘ্ৰেই ৰাহুৰ অধীন আৰ্দ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰ পৰিবৰ্তনে কিছু ৰাশিৰ বাবে ইতিবাচক পৰিবৰ্তন, নতুন সুযোগ আৰু দ্ৰুত উন্নতিৰ সম্ভাৱনা তৈয়াৰ কৰিব পাৰে৷ জ্যোতিষ অংস অনুসৰি আগন্তুক ২২ জুন সোমবাৰে দুপৰীয়া ১২ বাজি ৩১ মিনিটত সূৰ্যই নিজৰ নক্ষত্ৰ পৰিবৰ্তন কৰি ৰাহুৰ আৰ্দ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ সূৰ্যই এই নক্ষত্ৰত থাকিব ৬ জুলাই পৰ্যন্ত৷ এই সময়তে কিছু ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত শুভ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতি আৰু ব্যৱসায়ত প্ৰত্যাশাৰ পৰা বেছি লাভৰ সম্ভাৱনা আছে৷ নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ বাবে এই সময় অনুকূল হ’ব পাৰে৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই সময়ে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিনৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ ফল পাব এই সময়ত৷ জীৱনত হঠাৎ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বাঢ়িলেও তাৰ সৈতে সাফল্যৰ পথো খুলিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বৰ তুলনাত আৰু শক্তিশালী হ’ব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত এই গোচৰ উন্নতিৰ ইংগিত দিছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ মানসিক চাপ কমিব পাৰে৷ মন শান্ত থাকিব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ আহিব৷ পাৰিবাৰিক জীৱনতো ইতিবাচক পৰিবৰ্তন দেখা যাব পাৰে৷ এই সময়ত জীৱনত বিভিন্ন ক্ষেত্ৰত সাফল্য পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তনে শুভ ইংগিত দিছে৷ বৃহৎ আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে৷ কৰ্মজীৱনত হঠাৎ নতুন সুযোগ আহিব পাৰে৷ যিয়ে ভৱিষ্যতে বৃহৎ সাফল্যৰ পথ খুলি দিব৷ সমাজত সন্মান আৰু পৰিচিতি বাঢ়িব পাৰে৷ পুৰণি প্ৰচেষ্টাৰ শুভ ফল হাতলৈ আহিব পাৰে৷ মানসিক শান্তিও বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ
প্ৰযুক্তি

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

June 7, 2026
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?
জীৱনশৈলী

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
Next Post
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.