• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

2 years ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

14 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

38 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

11 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

11 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

12 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

12 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

13 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

14 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

15 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

16 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

editor by editor
October 18, 2024
in জীৱনশৈলী
0
তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব
0
SHARES
9.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যই ৰাশি সলনি কৰিছে। ১৭ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ৭:৫২ বজাত কন্যা ৰাশিৰ পৰা ওলাই তুলা ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ সূৰ্য্যদেৱ আগন্তুক ৩০ দিন এই ৰাশিত থাকিব আৰু তাৰপিছত ১৬ নৱেম্বৰত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য্য হৈছে আত্মা, মনোবল, নেতৃত্ব, স্বাস্থ্য আদিৰ কাৰক গ্ৰহ৷

বৈদিক জ্যোতিষত তুলা ৰাশিত সূৰ্যৰ স্থান গ্ৰহণ শুভ বুলি গণ্য কৰা নহয়, কাৰণ শুক্ৰ আৰু তুলা ৰাশিৰ ভগৱান সূৰ্য্য এটাই আনটোৰ ডাঙৰ শত্ৰু। তুলা ৰাশিত প্ৰৱেশৰ সময়ত সূৰ্য্য অস্বস্তিকৰ আৰু অসুখী হৈ থাকিব পাৰে। গতিকে তুলা ৰাশিত সূৰ্যৰ স্থান গ্ৰহণে বেছিভাগ ৰাশিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। কিন্তু এনে ৩টা ৰাশিও আছে যি সূৰ্যৰ স্থান সলনিৰ পৰা লাভাম্বিত হ’ব৷ জ্যোতিষীৰ মতে এই ৩টা ৰাশিয়ে আগন্তুক ৩০ দিন ৰজাৰ দৰে জীৱন কটাব৷ এই ৩ভাগ্য়বান ৰাশি কি কি?

মিথুন ৰাশি

তুলা ৰাশিত সূৰ্য্যৰ অৱস্থানে মিথুন ৰাশিৰ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বভাৱ আৰু মানসিক অৱস্থা এই সময়ত ভালে থাকিব। এই সময়ছোৱাত আপুনি পূৰ্বতকৈ অধিক ধৈৰ্য্যশীল হব৷ আপোনাৰ আক্ৰমণাত্মক স্বভাৱ নিজে নিজেই দূৰ হব৷ আপুনি অন্যৰ সৈতে সমন্বয় গঢ়িব পাৰে৷ ইয়াৰ দ্বাৰা আপোনাৰ কামত অতি ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগ পোৱা যাব পাৰে। অংশীদাৰিত্বত লাভ হ’ব। আয় বাঢ়িব। কৰ্মত নিয়োজিত লোকে উপাৰ্জনৰ অতিৰিক্ত উৎস লাভ কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে আপুনি অধিক ধন উপাৰ্জন কৰিব।

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকৰ প্ৰকৃতিত মধুৰতা বাঢ়িব আৰু তেওঁলোকৰ মানসিক অৱস্থা অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ ব্যক্তিত্বত এক নতুন আভাই দেখা দিব, যিয়ে অন্য লোকক আপ্লুত কৰিব। ব্যৱসায়ৰ পৰা আয় বৃদ্ধি পাব৷ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে লাভ হ’ব। এটাতকৈ অধিক উৎসৰ পৰা ধন আহিব, ফলত জীৱনশৈলীৰ পৰিৱৰ্তন হ’ব। দীঘলীয়া ভ্ৰমণলৈ যাব পাৰে৷ পাৰিবাৰিক জীৱন সুখময় হ’ব। স্বাস্থ্য ভালে থাকিব।

বৃশ্চিক ৰাশি

সূৰ্য্যৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ বৃশ্চিক ৰাশিৰ লোকৰ ওপৰত পৰিব৷ এই পৰিবৰ্তন যথেষ্ট অনুকূল বুলি প্ৰমাণিত হ’ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব লগতে আপোনাৰ সৃষ্টিশীলতাও বৃদ্ধি পাব। ব্যৱসায়ত লাভ হ’ব। নতুন গ্ৰাহক পাব। আয় বাঢ়িব। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব।হঠাৎ আৰ্থিক লাভ হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। নিবনুৱাই চাকৰি পাব পাৰে। পাৰিবাৰিক জীৱন সুখদায়ক হ’ব। প্ৰেম জীৱনত সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপুনি জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
দীপাৱলিত ভুলতো ঘৰলৈ নানিব এইকেইপদ সামগ্ৰী, মা লক্ষ্মী ৰুষ্ট হ’লেই অভাৱ বাঢ়িব আপোনাৰ ঘৰত

দীপাৱলিত ভুলতো ঘৰলৈ নানিব এইকেইপদ সামগ্ৰী, মা লক্ষ্মী ৰুষ্ট হ’লেই অভাৱ বাঢ়িব আপোনাৰ ঘৰত

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.