• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষ পূৰ্ণিমান ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

বছৰৰ শেষ পূৰ্ণিমান ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

2 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

5 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

5 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

5 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

6 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

6 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

6 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

8 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

9 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

9 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

11 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষ পূৰ্ণিমান ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

বছৰৰ শেষ পূৰ্ণিমান ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

editor by editor
December 14, 2024
in জীৱনশৈলী
0
বছৰৰ শেষ পূৰ্ণিমান ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন
0
SHARES
957
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনত শেষবাৰৰ বাবে স্থান পৰিবৰ্তন কৰিছে সূৰ্যই৷ কাইলৈ ১৫ নৱেম্বৰত বছৰৰ শেষত পূৰ্ণিমাত সূৰ্যদেৱে বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ পূৰ্ণিমা তিথিত ধনু সংক্ৰান্তিৰ পৰা আৰম্ভ হ’ব পুহ মাহ৷ জ্যোতিষশাস্ত্ৰত এই সময়ত কোনো শুভ কাম কৰাটো নিষেধ বুলি উল্লেখ আছে৷ সূৰ্যৰ গোচৰত একাধিক ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব৷ জানি থওক এই সময়ত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব৷

মেষ ৰাশি

সূৰ্যৰ গোচৰৰ শুভ প্ৰভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ আয়ৰ নতুন উৎস পাব৷ সংসাৰত আৰ্থিক সংকট দূৰ হ’ব৷ নতুন বছৰত কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ চাকৰি ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ আৰু সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিলে ভাগ্যৰ সহায় থাকিব সিংহ ৰাশিৰ ওপৰত৷ বহু দিনত মনৰ কোনো ইচ্ছা এই সময়ত পূৰণ হ’ব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ ব্যৱসায়চ ডাঙৰ বিনিয়োগৰ সুযোগ আহিব পাৰে৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ সংসাৰত শান্তি থাকিব৷

তুলা ৰাশি

সূৰ্যৰ প্ৰভাৱত সুদিন উভতি আহিব তুলা ৰাশিৰ৷ নতুন বছৰত এই ৰাশিৰ আৰাম আৰু বিলাসিতা বাঢ়িব৷ স্বাস্থ্য ভালে থাকিব৷ সন্তানৰ তৰফৰ পৰা কোনো সুখবৰ পাব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ যি কোনো কামত সাফল্য পোৱাৰ যোগ আছে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে সূৰ্যৰ গোচৰ লাভজনক হ’ব পাৰে৷ বহু দিন ৰৈ থকা কাম শেষ কৰিব পাৰে৷ চাকৰিয়ালে উন্নতিৰ সুযোগ পাব৷ যি কোনো কাম ভাৱি চিন্তি সিদ্ধান্ত লৈ কৰিলে সাফল্য পোৱাৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

আগন্তুক দিনত সৌভাগ্য বৰ্তি থাকিব ধনু ৰাশিৰ৷ কঠিন কামত সহজে শেষ কৰিব পাৰে৷ অফিচত কামৰ প্ৰশংসা পাব৷ ঊৰ্ধতন কৰ্তৃপক্ষৰ আস্থাৰ মান ৰাখিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
Next Post
এক কোটি টকাৰ ঘৰ কিনিব বিচাৰিলে আপোনাৰ আয় কিমান হোৱা প্ৰয়োজন? মাহিলী কিস্তি কিমান হ’ব?

এক কোটি টকাৰ ঘৰ কিনিব বিচাৰিলে আপোনাৰ আয় কিমান হোৱা প্ৰয়োজন? মাহিলী কিস্তি কিমান হ’ব?

ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.