• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

4 weeks ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

7 hours ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

8 hours ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 hours ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

10 hours ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

10 hours ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

11 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

12 hours ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

12 hours ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

13 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য হৈছে প্ৰাণশক্তি, জীৱনীশক্তি, অহংকাৰ, আত্মসন্মানবোধৰ প্ৰতীক৷ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ মূল উপাদানক নিয়ন্ত্ৰণ কৰে সূৰ্যই৷ সেই সূৰ্যই যেতিয়া নিজৰ স্থান পৰিবৰ্তন কৰিব তেতিয়াই সি ৰাশিচক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়৷

২০২৫ চনৰ শেষ মাহ চলি আছে৷ ২০৬ চনৰ আৰম্ভণিতেই সূৰ্যই স্থান সলনি কৰিব৷ গোচৰ হ’ব তাৰ শত্ৰু গ্ৰহ শনিৰ শাসিত ৰাশি মকৰত৷ শনিৰ ৰাশিচক্ৰত সূৰ্যৰ এই উপস্থিতিৰ প্ৰভাৱ পৰিব মেষৰ পৰা মীনলৈকে ১২ টা ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে মকৰ ৰাশিত গোচৰ হব সূৰ্যৰ৷ এই দিনটোত পালিত হব মকৰ সংক্ৰান্তি৷ শত্ৰু গ্ৰহ শনিৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিলে তাৰ বিশেষ প্ৰভাৱ দেখা যাব মূলত চাৰিটা ৰাশিৰ জীৱনত৷ জ্যোতিষৰ অংকই কৈছে মূলত চাৰিটা ৰাশিৰ জীৱনত ই প্ৰভাৱ পেলাব৷

সূৰ্যৰ গোচৰত কোন কোন ৰাশিৰ জীৱন সলনি হ’ব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে অনুকূল পৰিস্থিতি তৈয়াৰ কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত সুসংবাদ আহিব৷ আপোনাৰ প্ৰতি অন্যৰ বিশ্বাস বাঢ়িব৷ আপোনাক বন্ধু হিচাপে পাব বিচাৰিব বহুজনে৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি হব পাৰে৷ উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰশংসা পাব৷ ব্যৱসায়ত বিশেষ লাভ হব৷ আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ ব্যয় সত্ত্বেও আপোনাৰ সঞ্চয় বাঢ়িব৷ বিনিয়োগত ভাল লাভ৷ স্বাস্থ্যও ভালে থাকিব৷

ধনু ৰাশি

সূৰ্যৰ গোচৰৰ পাছত ধনু ৰাশিৰ জাতকৰ ব্যয় বৃদ্ধি পাব পাৰে৷ কিন্তু তেনেকৈ একাধিক উৎসৰ পৰা আয়ো বৃদ্ধি পাব৷ আপোনাৰ কৰ্মজীৱনত অগ্ৰগতি হব৷ ভাগ্যৰ সহায় পাব৷ ব্যৱসায়ীসকলে উন্নতিৰ চেষ্টা চলাই যাব৷ লাভৰ সুযোগ বাঢ়িব৷ প্ৰেম জীৱনত সম্পৰ্ক ভালে থাকিব৷

মকৰ ৰাশি

সূৰ্যই মকৰ ৰাশিতেই গোচৰ কৰিব৷ সেই বাবে এমাহ ধৰি তাৰ সুফল ভোগ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ এই সময় আপোনাৰ বাবে অত্যন্ত শুভ হব৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বেছি থাকিব৷ ভৱিষ্যতৰ বাবে ই লাভজনক হব৷ মনেৰে কাম কৰক৷ প্ৰেম জীৱন স্বাভাৱিক থাকিব৷ শনিবাৰে হনুমান যজ্ঞ কৰিব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবেও সূৰ্যৰ এই গোচৰ অনুকূল হব৷ প্ৰায় প্ৰতি ক্ষেত্ৰতেই ইতিবাচক ফলাফল পাব পাৰে৷ কৰ্মক্ষেত্ৰত পূৰ্ব পৰিকল্পনাত সফল হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতি হব৷ আয় বৃদ্ধি পাব৷ সঞ্চয় বাঢ়িব৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বন্ধন আৰু দৃঢ় হব৷ ফিটনেছ ভাল হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

January 3, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
Next Post
আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.