• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

6 months ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

12 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

3 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

6 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য হৈছে প্ৰাণশক্তি, জীৱনীশক্তি, অহংকাৰ, আত্মসন্মানবোধৰ প্ৰতীক৷ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ মূল উপাদানক নিয়ন্ত্ৰণ কৰে সূৰ্যই৷ সেই সূৰ্যই যেতিয়া নিজৰ স্থান পৰিবৰ্তন কৰিব তেতিয়াই সি ৰাশিচক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়৷

২০২৫ চনৰ শেষ মাহ চলি আছে৷ ২০৬ চনৰ আৰম্ভণিতেই সূৰ্যই স্থান সলনি কৰিব৷ গোচৰ হ’ব তাৰ শত্ৰু গ্ৰহ শনিৰ শাসিত ৰাশি মকৰত৷ শনিৰ ৰাশিচক্ৰত সূৰ্যৰ এই উপস্থিতিৰ প্ৰভাৱ পৰিব মেষৰ পৰা মীনলৈকে ১২ টা ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে মকৰ ৰাশিত গোচৰ হব সূৰ্যৰ৷ এই দিনটোত পালিত হব মকৰ সংক্ৰান্তি৷ শত্ৰু গ্ৰহ শনিৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিলে তাৰ বিশেষ প্ৰভাৱ দেখা যাব মূলত চাৰিটা ৰাশিৰ জীৱনত৷ জ্যোতিষৰ অংকই কৈছে মূলত চাৰিটা ৰাশিৰ জীৱনত ই প্ৰভাৱ পেলাব৷

সূৰ্যৰ গোচৰত কোন কোন ৰাশিৰ জীৱন সলনি হ’ব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে অনুকূল পৰিস্থিতি তৈয়াৰ কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত সুসংবাদ আহিব৷ আপোনাৰ প্ৰতি অন্যৰ বিশ্বাস বাঢ়িব৷ আপোনাক বন্ধু হিচাপে পাব বিচাৰিব বহুজনে৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি হব পাৰে৷ উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰশংসা পাব৷ ব্যৱসায়ত বিশেষ লাভ হব৷ আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ ব্যয় সত্ত্বেও আপোনাৰ সঞ্চয় বাঢ়িব৷ বিনিয়োগত ভাল লাভ৷ স্বাস্থ্যও ভালে থাকিব৷

ধনু ৰাশি

সূৰ্যৰ গোচৰৰ পাছত ধনু ৰাশিৰ জাতকৰ ব্যয় বৃদ্ধি পাব পাৰে৷ কিন্তু তেনেকৈ একাধিক উৎসৰ পৰা আয়ো বৃদ্ধি পাব৷ আপোনাৰ কৰ্মজীৱনত অগ্ৰগতি হব৷ ভাগ্যৰ সহায় পাব৷ ব্যৱসায়ীসকলে উন্নতিৰ চেষ্টা চলাই যাব৷ লাভৰ সুযোগ বাঢ়িব৷ প্ৰেম জীৱনত সম্পৰ্ক ভালে থাকিব৷

মকৰ ৰাশি

সূৰ্যই মকৰ ৰাশিতেই গোচৰ কৰিব৷ সেই বাবে এমাহ ধৰি তাৰ সুফল ভোগ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ এই সময় আপোনাৰ বাবে অত্যন্ত শুভ হব৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বেছি থাকিব৷ ভৱিষ্যতৰ বাবে ই লাভজনক হব৷ মনেৰে কাম কৰক৷ প্ৰেম জীৱন স্বাভাৱিক থাকিব৷ শনিবাৰে হনুমান যজ্ঞ কৰিব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবেও সূৰ্যৰ এই গোচৰ অনুকূল হব৷ প্ৰায় প্ৰতি ক্ষেত্ৰতেই ইতিবাচক ফলাফল পাব পাৰে৷ কৰ্মক্ষেত্ৰত পূৰ্ব পৰিকল্পনাত সফল হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতি হব৷ আয় বৃদ্ধি পাব৷ সঞ্চয় বাঢ়িব৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বন্ধন আৰু দৃঢ় হব৷ ফিটনেছ ভাল হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে
জীৱনশৈলী

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

May 25, 2026
Next Post
আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.