• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

9 months ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

5 minutes ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

2 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

2 hours ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

3 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

4 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

4 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

5 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

6 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

9 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

10 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধে যেতিয়া নিজৰ গতি পৰিবৰ্তন কৰে তেতিয়াই ১২ ৰাশিৰ ওপৰত তাৰ প্ৰভাৰ পৰে৷ বুধ হৈছে যোগাযোগ, যুক্তি, ব্যৱসায় আৰু শিক্ষাৰ কাৰক গ্ৰহ৷ অন্যহাতে মেষ ৰাশিৰ অধিপতি হৈছে মঙ্গল৷ মঙ্গল গ্ৰহ জুইৰ কাৰক৷ ২০২৫ চনৰ ৭মেৰ পুৱা ৪বাজি ১৩ মিনিটত বুধে মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বুধে মেষ ৰাশিত প্ৰৱেশৰ সৈতে ৪ ৰাশিৰ মানুহৰ জীৱনলৈ উন্নতি আহিব৷ যিসকলৰ কুণ্ডলীত বুধে শুভ অৱস্থান কৰে তেওঁলোকৰ জীৱনলৈ শুভ ফল আহিব৷

মেষ ৰাশি

বুধে ৰাশিৰ চক্ৰৰ প্ৰথম ঘৰ মেষ ৰাশিলৈ গমন কৰিব৷ এনে পৰিস্থিতিত মেষ ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ মানসিক শক্তি আৰু যুক্তিও শক্তিশালী হৈ উঠিব৷ কেৰিয়াৰত বহু উন্নতি কৰিব পাৰিব৷ আপোনাৰ ব্যক্তিত্ব উন্নত হব৷ যোগাযোগ দক্ষতা দেখি মানুহ মুগ্ধ হব৷

সিংহ ৰাশি

এই গোচৰৰ প্ৰভাৱত সিংহ ৰাশিৰ নৱম ঘৰলৈ আহিব৷ ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ ভাগ্য সম্পূৰ্ণৰূপে অনুকূল থাকিব৷ উচ্চশিক্ষা আৰু বিদেশ সম্পৰ্কিত পৰিকল্পনা সফল হব৷ জ্ঞান আৰু ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ ইয়াৰ মাধ্যমেৰে আপুনি শক্তিৰে ভৰপুৰ বোধ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ পঞ্চম ঘৰত এই গোচৰৰ প্ৰভাৱ দেখা যাব৷ এই কাৰণতেই আপুনি বিনিয়োগৰ পৰা লাভৱান হব৷ ইয়াৰোপৰি শ্বেয়াৰ বজাৰৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ শিক্ষাৰ্থীয়ে পঢ়াশুনাত ভাল ফলাফল লাভ কৰিব৷ প্ৰেম জীৱনত সুখ থাকিব৷ আপোনাৰ বিবাহিত জীৱন সুখৰ হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ তৃতীয় ঘৰত বুধৰ গমন হব৷ এই কাৰণতেই এই গোচৰ ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে উপকাৰী হব৷ লিখামেলা, মিডিয়া ইত্যাদিৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় শুভ৷ এই সময় মাৰ্কেটিঙৰ লোকৰ বাবেও উপকাৰী৷ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু দৃঢ় হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে
ক্ৰীড়া

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

December 17, 2025
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

December 17, 2025
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

December 17, 2025
Next Post
মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.