• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

1 year ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে ইস্তাফা নিদিলে কেনেকৈ শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে?

6 minutes ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

1 hour ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

2 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

3 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

4 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধে যেতিয়া নিজৰ গতি পৰিবৰ্তন কৰে তেতিয়াই ১২ ৰাশিৰ ওপৰত তাৰ প্ৰভাৰ পৰে৷ বুধ হৈছে যোগাযোগ, যুক্তি, ব্যৱসায় আৰু শিক্ষাৰ কাৰক গ্ৰহ৷ অন্যহাতে মেষ ৰাশিৰ অধিপতি হৈছে মঙ্গল৷ মঙ্গল গ্ৰহ জুইৰ কাৰক৷ ২০২৫ চনৰ ৭মেৰ পুৱা ৪বাজি ১৩ মিনিটত বুধে মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বুধে মেষ ৰাশিত প্ৰৱেশৰ সৈতে ৪ ৰাশিৰ মানুহৰ জীৱনলৈ উন্নতি আহিব৷ যিসকলৰ কুণ্ডলীত বুধে শুভ অৱস্থান কৰে তেওঁলোকৰ জীৱনলৈ শুভ ফল আহিব৷

মেষ ৰাশি

বুধে ৰাশিৰ চক্ৰৰ প্ৰথম ঘৰ মেষ ৰাশিলৈ গমন কৰিব৷ এনে পৰিস্থিতিত মেষ ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ মানসিক শক্তি আৰু যুক্তিও শক্তিশালী হৈ উঠিব৷ কেৰিয়াৰত বহু উন্নতি কৰিব পাৰিব৷ আপোনাৰ ব্যক্তিত্ব উন্নত হব৷ যোগাযোগ দক্ষতা দেখি মানুহ মুগ্ধ হব৷

সিংহ ৰাশি

এই গোচৰৰ প্ৰভাৱত সিংহ ৰাশিৰ নৱম ঘৰলৈ আহিব৷ ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ ভাগ্য সম্পূৰ্ণৰূপে অনুকূল থাকিব৷ উচ্চশিক্ষা আৰু বিদেশ সম্পৰ্কিত পৰিকল্পনা সফল হব৷ জ্ঞান আৰু ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ ইয়াৰ মাধ্যমেৰে আপুনি শক্তিৰে ভৰপুৰ বোধ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ পঞ্চম ঘৰত এই গোচৰৰ প্ৰভাৱ দেখা যাব৷ এই কাৰণতেই আপুনি বিনিয়োগৰ পৰা লাভৱান হব৷ ইয়াৰোপৰি শ্বেয়াৰ বজাৰৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ শিক্ষাৰ্থীয়ে পঢ়াশুনাত ভাল ফলাফল লাভ কৰিব৷ প্ৰেম জীৱনত সুখ থাকিব৷ আপোনাৰ বিবাহিত জীৱন সুখৰ হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ তৃতীয় ঘৰত বুধৰ গমন হব৷ এই কাৰণতেই এই গোচৰ ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে উপকাৰী হব৷ লিখামেলা, মিডিয়া ইত্যাদিৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় শুভ৷ এই সময় মাৰ্কেটিঙৰ লোকৰ বাবেও উপকাৰী৷ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু দৃঢ় হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে ইস্তাফা নিদিলে কেনেকৈ শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে?
জীৱনশৈলী

May 5, 2026
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
Next Post
মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন