• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

2 years ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

21 minutes ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

6 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

8 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

editor by editor
December 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২২ ডিচেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই সিংহ ৰাশি ত্যাগ কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা সপ্তমী তিথি৷ দেওবাৰে দুপৰীয়া ২বাজি ৩১ মিনিট পৰ্যন্ত সপ্তমী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা অষ্টমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ আয়ুষ্মান যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি থাকিব প্ৰথমে উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱতাৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

জ্যোতিষ গণনাত দেখা গৈছে যে কাইলৈ দেওবাৰে ভাগ্যৰ বিপুল সমৰ্থন পাব মেষ ৰাশিৰ জাতকে৷ নিজৰ পেছাত কাইলৈ সাফল্য লাভৰ সম্ভাৱনা আছে মেষ ৰাশিৰ জাতকৰ৷ কোনো বিশেষ মানুহৰ সৈতে কাইলৈ পৰিচয় হ’ব পাৰে আপোনাৰ৷ এই আলাপ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷ কাইলৈ মোটা টকা লাভ কৰিব পাৰে৷ সাংসৰিক সকলো দায়িত্ব ভালধৰণেই পালন কৰিব পাৰিব আপুনি৷

কৰ্কট ৰাশি

কাইলৈ ২২ ডিচেম্বৰ ২০২৪ সৌভাগ্য যোগত কাৰ্যালয়ত উন্নতি কৰাৰ যোগ আছে কৰ্কট ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত উন্নতি৷ বহু দিন ধৰি বেংকৰ ঋণৰ বাবে চেষ্টা কৰিলে কাইলৈ সেয়া লাভ কৰাৰ সম্ভাৱনা আছে৷ কাইলৈ অপ্ৰয়োজনীয় খৰচ এৰাই চলক৷ যোগ বা প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব৷ সন্ধিয়া ভাল সময় কটাব৷

সিংহ ৰাশি

শত্ৰুৱে আপোনাক বিপদত পেলাবলৈ যত্ন কৰিলেও বিফল হ’ব৷ শত্ৰুৱে চালাকি কৰি ধৰা পৰিব৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ আছে৷ কাইলৈ সূৰ্যদেৱৰ কৃপাত খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব সিংহ ৰাশিৰ জাতকৰ৷ বুদ্ধি খটুৱাই সিদ্ধান্ত ল’লে লাভজনক হ’ব আপোনাৰ বাবেও৷

বৃশ্চিক ৰাশি

কাইলৈ শোভন যোগৰ দাম্পত্য জীৱনত প্ৰেম আৰু সুখৰ নতুন পথ খুলি যাব বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ যিসকলে চৰকাৰী চাকৰিৰ সৈতে যুক্ত তেওঁলোক লাভৱান হ’ব৷ নিজস্ব কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে আপুনি৷ পৰিয়ালৰ সৈতেও কাইলৈ সুখৰ সময় কটাব বৃশ্চিকৰ জাতকে৷ সংগীৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু ভৰসা বাঢ়িব৷ পিতৃৰ স্বাস্থ্যক লৈ কাইলৈ আপুনি কিছু চিন্তিত থাকিব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ দেওবাৰে আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ কাইলৈ এনে কোনো কাম কৰক যি কামত সাফল্য আহিব পাৰে৷ কাইলৈ সন্ধিয়া পৰিয়ালৰ সদস্যৰ পৰা কোনো ছাৰপ্ৰাইজ উপহাৰ পাব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব৷ সামাজিক কামতো আপুনি প্ৰশংসা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
Next Post
দানবক্সত টকাৰ সলনি ভুলতে পৰিল আইফোন! মন্দিৰ কৰ্তৃপক্ষই ক’লে, ‘এয়া এতিয়া দেৱতাৰ হৈ গৈছে উভতাই নাপাব’

দানবক্সত টকাৰ সলনি ভুলতে পৰিল আইফোন! মন্দিৰ কৰ্তৃপক্ষই ক’লে, ‘এয়া এতিয়া দেৱতাৰ হৈ গৈছে উভতাই নাপাব’

বছৰৰ আৰম্ভণিতেই মুখামুখি সূৰ্য আৰু শনি! ১০০ বছৰ পাছত দুৰ্লভ যোগত সৌভাগ্যৰ শিখৰত উঠিব ৩ৰাশিৰ জাতক, টকাৰ গাদীত কোন কোন শুব?

বছৰৰ আৰম্ভণিতেই মুখামুখি সূৰ্য আৰু শনি! ১০০ বছৰ পাছত দুৰ্লভ যোগত সৌভাগ্যৰ শিখৰত উঠিব ৩ৰাশিৰ জাতক, টকাৰ গাদীত কোন কোন শুব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.