• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

1 month ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

16 minutes ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

36 minutes ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

1 hour ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

3 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

4 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

5 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

6 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

editor by editor
January 31, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা৷ পাৱাৰ পৰিয়ালতো এয়াই প্রথম৷ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুনেত্ৰা পাৱাৰে৷ শনিবাৰে মুম্বাইৰ লোকভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে তেওঁক শপতবাক্য পাঠ কৰোৱায়৷ সুনেত্ৰাৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীশ আৰু উপমুখ্যমন্ত্ৰী একনাথ শিণ্ডে আউ এন চিপি নেতাসকল৷ অৱশ্যে পাৱাৰ পৰিয়ালৰ আন কোনো সদস্য তাত উপস্থিত নাছিল৷

বিগত বুধবাৰে বাৰামতীত এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ অকাল প্ৰয়াণৰ পাছত তেওঁ এৰি যোৱা আসনত বহিছে ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা৷ লোকভৱনত শপত লোৱাৰ সময়ত NCP বিধায়কসকলে অজিত দাদা অমৰ ৰহে আৰু বাহিনী চাহেব আগে বঢ়ো শ্লোগানেৰে পৰিবেশ জীঁপাল কৰি তোলে৷

ইফালে শনিবাৰে দুপৰীয়া বিধানভৱনত NCP-  পৰিষদীয় দলৰ বৈঠকত সুনেত্ৰাক সৰ্বসন্মতিক্ৰমে বিধানসভাৰ দলনেতা নিৰ্বাচিত কৰা হয়৷ প্ৰফুল্ল পেটেল আৰু সুনীল ততকৰৰ উপস্থিতিত এই সিদ্ধান্ত লোৱাৰ পাছত মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়ণবীছৰ সৈতে দেখা কৰে NCP-দলৰ প্ৰতিনিধিয়ে৷ ইয়াৰপাছতেই দ্ৰুতগতিত শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন হয়৷

NCPৰ সূত্ৰৰ খবৰ অনুসৰি উপমুখ্যমন্ত্ৰী হ’লেও বৰ্তমানো ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰা নাই সুনেত্ৰাই৷ অজিত পাৱাৰৰ মৃত্যু শোকৰ মাজতেই সুনেত্ৰাৰ নেতৃত্বত আগন্তুক দিনত NCP দল কেনেকৈ আগুৱাব তাৰ ওপৰত এতিয়া চকু ৰাখিছে বহুজনেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
Next Post
অযোধ্যাৰ ৰাম মন্দিৰৰ কাম এতিয়াও শেষ হোৱা নাই, ৩০ এপ্ৰিল ২০২৬লৈকে চলিব কাম, কিমান কোটি খৰচ হৈছে জানেন?

কমিব ১৭ বিধ জীৱনদায়ী ঔষধৰ দাম, বাজেটত ডাঙৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন