• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ

1 year ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

18 minutes ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

39 minutes ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

1 hour ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

2 hours ago
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

3 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

13 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ

editor by editor
March 17, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ

মহাকাশত ৯ মাহ থকাৰ পাছত সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ তাৰিখ চূড়ান্ত কৰা হৈছে। নাছাই জানিব দিয়া অনুসৰি, যদি সকলো ঠিকে থাকে তেন্তে বুধবাৰে ভাৰতীৰ সময় অনুসৰি পুৱা ৩:২৭ বজাত মহাকাশচাৰী যুটি পৃথিৱীলৈ উভতি আহিব। আমেৰিকাৰ ফ্ল’ৰিডাৰ উপকূলত বিশেষ ‘স্প্লেছডাউন’ পদ্ধতিৰে অৱতৰণ কৰা হ’ব।

ইতিমধ্যে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন কেপচুলে আন চাৰিজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দুৱাৰমুখত উপস্থিত হৈ দুজন আমেৰিকান মহাকাশচাৰীক ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই বাহনখনত সুনিতা আৰু বুচ উভতি আহিছে।

বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে ৮ দিনীয়া মহাকাশ ভ্ৰমণৰ অন্তত ৯ মাহৰ বাবে আবদ্ধ হৈ আছিল সুনীতা আৰু সতীৰ্থ। দুয়োকে পৃথিৱীলৈ ঘূৰাই অনাৰ একাধিক প্ৰচেষ্টা চলোৱাৰ পিছতো বাৰে বাৰে ব্যৰ্থ হৈছিল নাছা।

কিন্তু এইবাৰ আমেৰিকাৰ ট্ৰাম্প চৰকাৰ আৰু ইলন মাস্কৰ স্পেচ এক্সে সুনীতা-বুচক ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ। ঘূৰি অহাৰ নিৰ্দিষ্ট সময়ো ঘোষণা কৰা হৈছে। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা আৰু তেওঁৰ সংগী বুচে পৃথিৱীত ভৰি দিয়াৰ মুহূৰ্তলৈ সমগ্ৰ বিশ্ববাসী আগ্ৰহেৰে অপেক্ষা কৰি আছে।

জানিব পৰা মতে, সুনীতাই প্ৰথমে ফ্ল’ৰিডাৰ উপকূলৰ মেক্সিকো উপসাগৰত ভৰি দিব। নাছাই এক বিবৃতিত কয় যে দুয়োজন মহাকাশচাৰীয়ে সাগৰৰ পাৰত ‘অ’চেন স্প্লেছডাউন’ৰ সন্মুখীন হ’ব। কিন্তু কি এই পদ্ধতি!

যেতিয়া কোনো মহাকাশযান বা কেপচুলে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি পেৰাচুটেৰে সাগৰ বা বহল পানীৰ পৰিসৰত নিৰাপদে অৱতৰণ কৰে তেতিয়া ইয়াক স্প্লেচডাউন বোলা হয়। সাধাৰণতে মহাকাশযান পৃথিৱীত পুনৰ প্ৰৱেশৰ সময়ত এই স্প্লেচডাউন পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ জৰিয়তে পেৰাচুটৰ সহায়ত কেপচুলটো সাগৰত অৱতৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch and SunitaButch WilmoreNASAspaceSpace centerSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
জীৱনশৈলী

May 9, 2026
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
জীৱনশৈলী

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

May 9, 2026
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

May 9, 2026
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
জীৱনশৈলী

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

May 9, 2026
Next Post
শনিৰ গোচৰত সৌভাগ্য তুংগত! মাৰ্চৰ শেষত ৪ৰাশিৰ জীৱনত ধনৰ সুখ আহিব, হাতৰ মুঠিত সাফল্য আহিব কাৰ কাৰ?

মাত্ৰ কেইটামান ঘণ্টা, ১৮ মাৰ্চৰ পৰাই কপাল খুলিব এই ৫ৰাশিৰ, টকাৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন