• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

17 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

42 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

editor by editor
September 19, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NASAৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ আজি ওপজা দিন৷ ১৯ ছেপ্টেম্বৰ অৰ্থাৎ আজি সুনীতাই ৫৯সংখ্যক জন্মদিন পালন কৰিছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনতেই৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ মহাকাশত জন্মদিনটোক উদযাপন কৰিছে৷ উইলিয়ামছ আৰু তেওঁ সহ নভোশ্বৰ বেৰি উইলমোৰৰ সৈতে ৬ জুনৰ পৰা মহাকাশতেই আছে সুনীতা৷ মহাকাশযানৰ প্ৰযুক্তিগত সমস্যাৰ বাবে তেওঁলোক উভতি আহিব পৰা নাই৷ মহাকাশত আৱদ্ধ সুনীতাৰ সৈতে ভাৰতৰো আছে বিশেষ সম্পৰ্ক৷ জন্মদিনতেই জানি থওক সুনীতাৰ কেইটামান বিশেষ কথা৷

সুনীতাই ১৯ ছেপ্টেম্বৰ ১৯৬৫ চনত ইউক্লিড, ওহিওত জন্মগ্ৰহণ কৰিছিল৷ বৰ্তমান তেওঁ তৃতীয় মহাকাশ মিছন লৈ মহাকাশত আৱদ্ধ হৈ আছে৷ তেওঁ ডিচেম্বৰ ২০০৬ৰ পৰা জুন ২০০৭ পৰ্যন্ত মহাকাশত থাকি অহাৰ অভিজ্ঞতাৰে পুষ্ট৷ তাৰপাছতেই ২০১২ চনৰ জুলাই মাহৰ পৰা নৱেম্বৰলৈকে আন এক অভিযান চলাই মহাকাশত৷ সেই মিছনৰ সময়ত প্ৰথমবাৰৰ বাবে মহাকাশত তেওঁৰ জন্মদিন পালন কৰা হৈছিল৷

সুনীতাৰ যদি শিক্ষাগত অৰ্হতা চোৱা যায় তেন্তে, তেওঁ মাৰ্কিন নেভাল একাডেমিৰ পৰা জীৱ বিজ্ঞানত স্নাতক আৰু ফ্লোৰিডা ইনষ্টিটিউট অৱ টেকনোলজিৰ পৰা ইঞ্জিনিয়াৰিং মেনেজমেণ্টত স্নাতকোত্তৰ৷ উইলিয়ামছৰ উল্লেখযোগ্য কৰ্মজীৱনত তেওঁ এগৰাকী সফল মহাকাশ বিজ্ঞানীও৷

এইবাৰৰ মিছন অৱশ্যে তেওঁৰ কেৰিয়াৰৰ সবাতোকৈ দীঘলীয়া মিছন৷ এই সময় এতিয়া প্ৰায় ১বছৰেই হ’ব৷ তেওঁ আৰু উইলমোৰে স্পেছ এক্সৰ ড্ৰেগন ক্ৰুৰ মহাকাশযানেৰে ২০২৫ৰ ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে৷ তেওঁলোকৰ প্ৰত্যাবৰ্তন বোয়িং ষ্টাৰলাইনাৰৰ সমস্যাৰ সমাধানৰ ওপৰত নিৰ্ভৰশীল৷ যি যান সম্প্ৰতি প্ৰযুক্তিগত সমস্যাৰ কাৰণে পৃথিৱীলৈ খালিকৈ উভতি আহিছে৷

জৰুৰী পৰিস্থিতিত NASA আৰু স্পেছএক্সে ড্ৰেগন মহাকাশযানে প্ৰস্তুত কৰিছে যি যানেৰে উভতাই অনা হ’ব সুনীতা আৰু উইলমোক৷ সুনীতা যিহেতু ভাৰতীয় ভাৰতীয়মূলৰ সেয়ে তেওঁ পূৰ্বে কৰা মহাকাশযাত্ৰাত লগত লৈ গৈছিল ভাগৱত গীতাৰ এক অনুলিপি, ভগৱান গণেশৰ এটা মূৰ্তি৷ মহাকাশত বৰ্তমানলৈকে প্ৰায় ৩০০তকৈ বেছি দিন কটালে সুনীতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.