• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

2 years ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

16 minutes ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

45 minutes ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

4 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

5 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

5 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

5 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

6 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

6 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

8 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

editor by editor
September 19, 2024
in জীৱনশৈলী
0
পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেক গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ ফলত একাধিক গ্ৰহ কোনো এক ৰাশিত মিলিত হয়৷ দুই বা তাতোকৈ বেছি গ্ৰহ এটা ৰাশিলৈ আহিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত পৰে৷ এই সকলো যোগে উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে মানৱ জীৱনত৷

লক্ষ্মী নাৰায়ণ যোগ

এইয়া এক উল্লেখযোগ্য  যোগ৷ আগন্তুক ১০ অক্টোবৰত তুলা ৰাশিত বুধ আৰু শুক্ৰ মিলিত হ’লে এই যোগ গঠিত হ’ব৷ বৈদিক জ্যোতিষ অনুসৰি লক্ষ্মী নাৰায়ণ যোগ অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত৷ বিগত ১৮ ছেপ্টেম্বৰৰ পৰা তুলা ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ ইয়াৰপাছতেই ১০ অক্টোবৰত বুধে প্ৰৱেশ কৰিব তুলাত৷ তেতিয়াই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ১৩ অক্টোবৰ পৰ্যন্ত এই যোগ থাকিব৷ ইয়াৰপাছতেই শুক্ৰই তুলা এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই শুভ যোগত লাভজনক প্ৰভাৱ পৰিব তুলা ৰাশিৰ জীৱনত৷ ১০ৰ পৰা ১৩ অক্টোবৰ এই তিনিদিন সোণালী সময় চলিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ জীৱনত সুখ সমৃদ্ধি প্ৰচুৰ পৰিমানে বৃদ্ধি পাব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম ভৰপুৰ হৈ থাকিব৷ পেছাগত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷

মকৰ ৰাশি

পুজাৰ সময়ত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সফলতা পাব৷ কেৰিয়াৰত বৃহৎ সাফল্য অৰ্জন কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত মকৰ ৰাশিৰ জাতকৰ সম্পদ বৃদ্ধি পাব আৰু সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ নৱম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰ ফলত দুৰ্গাপূজাৰ মাজত উন্নতিৰ শিখৰত থাকিব কুম্ভ ৰাশিৰ জাতকে৷ নিজৰ ঘুমন্ত ভাগ্য আপুনি জগাই তুলিব পাৰিব৷ দীৰ্ঘদিনে কোনো কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হ’ব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এয়াই উপযুক্ত সময়৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?
জীৱনশৈলী

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

October 24, 2026
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম
জীৱনশৈলী

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

October 24, 2026
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
Next Post
পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.