• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

11 months ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

27 minutes ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

24 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

editor by editor
April 7, 2025
in জীৱনশৈলী
0
১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান মীন ৰাশিত আছে সূৰ্য৷ আগন্তুক ১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এটা এটা ৰাশিত এমাহ সময় থাকে৷ সেয়ে ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যক এবছৰ সময় লাগে৷ এবাৰ কোনো এটা ৰাশি এৰি যোৱাৰ পাছত আকৌ সেই ৰাশিলৈ উভতি আহিবলৈ সূৰ্যক সময় লাগে এবছৰ৷

বৰ্তমান সূৰ্যৰ সৈতে মীন ৰাশিত আছে শনিও৷ সূৰ্য আৰু শনিৰ সম্পৰ্ক পিতা পুত্ৰৰ হলেও দুয়ো পৰস্পৰৰ শত্ৰু গ্ৰহ৷ শনিৰ সংগ এৰি সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই ক্ষমতা বাঢ়িব৷ সূৰ্যৰ শুভ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক লাভৱান হব জানি থওক৷

মেষ ৰাশি

মেষ ৰাশিতেই আগন্তুক ১৪ এপ্ৰিলত আহিব সূৰ্য৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গল আৰু সূৰ্যই এটাই আনটোৰ বন্ধু গ্ৰহ৷ সূৰ্যৰ উত্তাপতেই ভাল সময় আহিব মেষৰ জাতকৰ৷ যদিও মেষ ৰাশিত শনিৰ ছাৰে সাতি আৰম্ভ হৈছে তথাপিও সূৰ্যৰ প্ৰভাৱত আগন্তুক এমাহ ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ কামত সাফল্য পাব৷ ব্যক্তিগত সম্পৰ্কৰো উন্নতি হব৷

বৃষ ৰাশি

সূৰ্যৰ গোচৰে উল্লেখজনক লাভ লৈ আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত সাফল্য পাব৷ আৰ্থিকভাৱে লাভ পাব৷ চৰকাৰী চাকৰিয়ালে উন্নতি কৰিব৷ সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ আনকি শত্ৰুকো আপুনি বশীভূত কৰিব৷

মিথুন ৰাশি

সূৰ্যৰ গোচৰত উপাৰ্জন বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ পিতৃ বা কোনো পিতৃস্থানীয় ব্যক্তিৰ পৰা উপকাৰ পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷ মিথুন ৰাশিৰ জাতকে কোনো সুখবৰ পাব পাৰে৷

কৰ্কট ৰাশি

মেষ ৰাশিত সূৰ্যৰ মহাগোচৰ লাভজনক হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সম্প্ৰতি শনিৰ ধাইয়া দশাৰ পৰা মুক্তি পাব কৰ্কটৰ জাতকে৷ সূৰ্যৰ গোচৰত তেওঁলোকৰ বাবে আৰু ভাল দিন আহিব৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷ চাকৰিত পদোন্নতি পাব পাৰে৷ কোনো ডাঙৰ সাফল্য অৰ্জন কৰিব পাৰে৷ নানান সূত্ৰৰ পৰা আৰ্থিক লাভ হব কৰ্কটৰ জাতকৰ৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সূৰ্যৰ মহাগোচৰত ভাল দিন আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ কৰ্মক্ষেত্ৰত আগন্তুক এমাহৰ ভিতৰত উন্নতি কৰাৰ সুযোগ পাব৷ নিজৰ ৰৈ থকা সকলো কামেই এই সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

দ্বিতীয়বাৰৰ বাবে কেঞ্চাৰত আক্ৰান্ত আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা, নিজেই দিলে এই বাৰ্তা

দ্বিতীয়বাৰৰ বাবে কেঞ্চাৰত আক্ৰান্ত আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা, নিজেই দিলে এই বাৰ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.