• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

1 year ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

12 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

1 hour ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

12 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

13 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

14 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

editor by editor
April 7, 2025
in জীৱনশৈলী
0
কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৫ ঘণ্টীয়া বিতৰ্কত অৱসান ঘটি সংসদৰ উভয় কক্ষত পাছ কৰোৱা হৈছে সংশোধিত ৱাকফ বিল৷ ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ পাছতেই ইতিমধ্যে সেয়া আইনলৈ ৰূপান্তৰিত হৈছে৷ কিন্তু ইয়াতেই প্ৰশ্ন হয়৷ দেশৰ ৩০খন ৱাকফ বৰ্ডৰ হাতত মুঠ কিমান সম্পত্তি আছে? ইয়াৰ ভিতৰত মাটিৰ পৰিমাণ কিমান? বিল পাছ হোৱাৰ পাছতেই প্ৰকাশিত হৈছে ৱাকফৰ ৰাজ্যজুৰি থকা সম্পত্তিৰ খতিয়ান৷ সম্পত্তিৰ হিচাপেৰে প্ৰত্যেকখন ৰাজ্যক পিছপেলাই আগবাঢ়ি আছে বিজেপি শাসিত উত্তৰপ্ৰদেশ৷

ৱাকফ মেনেজমেণ্ট চিষ্টেম অফ ইণ্ডিয়া পৰ্টেলৰ তথ্য অনুসৰি চলিত বছৰৰ ১৪ মাৰ্চ পৰ্যন্ত সংশ্লিষ্ট বৰ্ডৰ হাতত থকা ৩৮ লাখ একৰ মাটি আছে ৮.৭২ লাখ নথিভুক্ত সম্পত্তি৷ ইয়াৰ মাজতেই ৪.০২ লাখ ৱাকফ সম্পত্তি ইছলাম ধৰ্মাৱলম্বীয়ে ব্যৱহাৰ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় হৈছে এয়াই যে মাত্ৰ ৯,২৭৯টা সম্পত্তিৰ মালিকানা ডব্লিউ এ এম এছ আইৰ পৰ্টেলত আপলোড কৰা হৈছে৷ ইয়াৰ মাজতেই আকৌ ১,০৮৩ টা সম্পত্তিৰ সুনিৰ্দিষ্ট ৱাকফ দলিল বা নথি আছে৷

ৱাকফ সম্পত্তিৰ ৰাজ্যসমূহৰ তালিকাত চকু ৰাখিলে দেখা যায় যে প্ৰথম স্থানত আছে উত্তৰপ্ৰদেশ৷ যোগীৰাজ্যত ছুন্নি ৱাকফ বৰ্ডৰ কাষত আছে ২.১৭ লাখৰ সম্পত্তি৷ অৱশ্যে তেওঁলোকৰ হাতত থকা মাটিৰ সুনিৰ্দিষ্ট হিচাপ এতিয়াও পোৱা হোৱা নাই৷ ইয়াৰোপৰি তাতেই চিয়া ৱাকফ বৰ্ডৰ হাতত আছে ১৫ হাজাৰ ৩৮৬ টা সম্পত্তি৷ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে পশ্চিমবংগ, পঞ্জাৱ আৰু তামিলনাডু৷ এই তিনি ৰাজ্যৰ ৱাকফ সম্পত্তিৰ পৰিমাণ যথাক্ৰমে ৮০ হাজাৰ ৪৮০, ৭৫ হাজাৰ, ৯৬৫ আৰু ৬৬ হাজাৰ ৯২ টা৷

কৰ্ণাটক, কেৰালা আৰু তেলেংগানাৰ ৱাকফ বৰ্ডৰ সম্পত্তিৰ অংক যথাক্ৰমে ৬২ হাজাৰ ৮৩০, ৫৩ হাজাৰ ২৮৬ আৰু ৪৫ হাজাৰ ৬৮২টা৷

ৰাজ্যৰ পৰা কেন্দ্ৰীয়শাসিত অঞ্চল হোৱা জম্মু ৰাশ্মীৰত ৱাকফ সম্পত্তি আছে ৩২ হাজাৰ ৫৩৩৷ তালিকাত ভূস্বৰ্গৰ স্থান ১১৷ ৯ আৰু ১০ নম্বৰত আছে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ৷ এই দুই ৰাজ্যত যথাক্ৰমে ৩৬ হাজাৰ ৭০১ আৰু ৩৩ হাজাৰ ৪৭২ টা ৱাকফ সম্পত্তি আছে৷ ইয়াৰোপৰি ৰাজস্থান, হাৰিয়ানা আৰু অন্ধ্ৰপ্ৰদেশৰ ৱাকফ সম্পত্তিৰ পৰিমাণ যথাক্ৰমে ৩০ হাজাৰ ৮৯৫, ২৩ হাজাৰ ২৬৭ আৰু ১৪ হাজাৰ ৬৮৫টা৷

সকলোতকৈ কম ৱাকফ সম্পত্তি আছে দাদৰা আৰু নগৰ হাভেলিত৷ তালিকাত এই কেন্দ্ৰীয়শাসিত এলেকাৰ স্থান ৩২ নম্বৰত৷ তাতেই ৱাকফ বৰ্ডৰ মাত্ৰ ৩০ টা সম্পত্তি আছে৷ ইয়াৰোপৰি চণ্ডীগড়ত ৩৪টা, মেঘালয়ত ৫৮ টা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ১৫১ টা ৱাকফ সম্পত্তি আছে৷ তালিকাত তেওঁলোকৰ স্থান যথাক্ৰমে ৩১, ৩০ আৰু ২৯৷

ফৰাচী ঔপনিবেশিক পুদুচেৰীত আছে ৬৯৩ টা ৱাকফ সম্পত্তি৷ ঝাৰখণ্ডৰ ছুন্নি ৱাকফ বৰ্ড ৬৯৮ টা সম্পত্তিৰ মালিক৷ কেন্দ্ৰীয়শাসিত লক্ষদ্বীপত আছে ৮৯৬ টা ৱাকফ সম্পত্তি৷ আৰু দিল্লীৰ ৱাকফ সম্পত্তিৰ পৰিমাণ ১০৪৭৷ তালিকাত ৰাজধানীৰ স্থান ২৩৷ বিহাৰৰ ছিয়া বৰ্ডৰ হাতত আছে ১৭৫০ টা সম্পত্তি, যি দিল্লীতকৈ কিছু বেছি৷

মুছলমান সম্প্ৰদায়ৰ বাবে ধৰ্মীয় আৰু দাতব্য উদ্দেশ্যৰে দান কৰা বা নিবেদিত সম্পত্তিৰ দেখভাল কৰে ৱাকফ বৰ্ডে৷ ইয়াৰ মাজতেই আছে মছজিদ, দৰগাহ, সমাধিস্থল আৰু শিক্ষা প্ৰতিষ্ঠান৷ চৰকাৰী তথ্যই কৈছে যে ৰে’ল আৰু প্ৰতিৰক্ষা দফতৰৰ পাছত দেশৰ তৃতীয় সৰ্বোচ্চ মাটিৰ মালিক ৱাকফ বৰ্ড৷

ব্ৰিটিছ শাসিত ভাৰতত ১৯১৩ চনত প্ৰথম ৱাকফ আইন তৈয়াৰ হৈছিল৷ তেতিয়া পাৰিবাৰিক সম্পত্তিক দাতব্য হিচাপে ব্যৱহাৰৰ অনুমোদন দিয়া হৈছিল৷ ১৯২৩ চনৰ পৰা ১৯৩০ চনৰ মাজত এই সংশ্লিষ্ট আইনত স্বচ্ছকা আনিবলৈ বেছ কিছু পৰিবৰ্তন কৰে তৎকালীন ব্ৰিটিছ চৰকাৰে৷ ফলত ৱাকফ আইনে বৈধতা লাভ কৰিছিল৷ স্বাধীনতাৰ পাছত ১৯৫৮ চনৰ ৱাকফ আইনত ৰাজ্য ৱাকফ বৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ কাউন্সিলৰ অনুমোদন দিয়া হৈছিল৷ দ্বিতীয়টো অৱশ্যে ১৯৬৮ চনৰ পূৰ্বে তৈয়াৰ কৰা সম্ভৱ নহয়৷

১৯৯৫ চনত আকৌ ৱাকফ আইনত সালসলনি আনে৷ ইয়াতেই দেৱানী আদালতৰ ক্ষমতা লাভ কৰে ৱাকফ ট্ৰাইবুনালে৷ ২০১৩ চনত ৱাকফ সংশোধনী আইনে তৎকালীন কংগ্ৰেছশাসিত ইউপিএ চৰকাৰে এজন মুছলমান আইনজ্ঞ আৰু দুই মহিলা সদস্যসহ তিনিজনৰ ট্ৰাইবুনাল গঠন বাধ্যতামূলক কৰে৷ ইয়াৰোপৰি ৱাকফ সম্পত্তি বিক্ৰি বা উপহাৰ দিয়াও সম্পূৰ্ণ নিষিদ্ধ কৰে৷ ৱাকফ সম্পত্তি ইজাৰাৰ ম্যাদ সেই আইনত ৩০ বছৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল৷

কেন্দ্ৰৰ বিজেপিশাসিত এন ডি এ চৰকাৰৰ যুক্তি, ৱাকফ প্ৰশাসনৰ আধুনিকীৰণৰ লক্ষ্যৰে বৰ্তমানৰ আইনখন তৈয়াৰ কৰা হৈছে৷ ইয়াতেই ৱাকফৰ মাটিক লৈ আইনী জটিলতা দূৰ হব৷ ইয়াৰ ফলত বিলুপ্ত হব ৱাকফ বৰ্ডৰ একচ্ছত্ৰ ক্ষমতা৷ তেতিয়া কোনো সম্পত্তি ৱাকফ হয়নে সেয়া পৰীক্ষা কৰাৰ ক্ষমতা থাকিব জিলাশাসক বা সম পদমৰ্যাদাৰ অধিকাৰীৰ হাতত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
দ্বিতীয়বাৰৰ বাবে কেঞ্চাৰত আক্ৰান্ত আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা, নিজেই দিলে এই বাৰ্তা

দ্বিতীয়বাৰৰ বাবে কেঞ্চাৰত আক্ৰান্ত আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা, নিজেই দিলে এই বাৰ্তা

কাইলৈৰ পৰা পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য! চৰকাৰৰ বিশেষ সিদ্ধান্ত

কাইলৈৰ পৰা পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য! চৰকাৰৰ বিশেষ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.