• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

3 months ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

9 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

10 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

11 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

12 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

13 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

13 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

14 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

15 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

15 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

16 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

17 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

editor by editor
December 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্যই প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে৷ সেই কাৰণেই কোনো এটা ৰাশিৰ পৰা এবাৰ বিদায় লোৱাৰ পাছত আকৌ তালৈ উভতি আহিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ বৰ্তমান সূৰ্য বৃশ্চিক ৰাশিত আছে৷ ১৬ নৱেম্বৰত সূৰ্যই বৃশ্চিক এৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ সুখ, সমৃদ্ধি, আত্মবিশ্বাস, সামাজিক প্ৰতিপত্তি আৰু কৰ্তৃত্বৰ নিয়ন্ত্ৰক গ্ৰহ সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিব৷ সুখ, সমৃদ্ধি, আত্মবিশ্বাস, সামাজিক প্ৰতিপত্তি আৰু কৰ্তৃত্বৰ নিয়ন্ত্ৰক গ্ৰহ সূৰ্যই ধনু ৰাশিলৈ আহি শুভ প্ৰভাৱ বিস্তাৰ কৰিব৷ ইয়াৰোপৰি ধনু ৰাশিত মঙ্গলৰ সৈতে সূৰ্যৰ যুঁটি গঠনৰ ফলত গঠিত হব আদিত্য মঙ্গল যোগ৷ জানি থওক ১৬ ডিচেম্বৰৰ পৰা ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱ

মেষ ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত সুখ আৰু সমৃদ্ধিত আপোনাৰ জীৱনত ভৰি উঠিব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ সময়ৰ মাজত ব্যৱসায়ত দৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব৷ কল্পনাশক্তি আৰু ক্ৰিয়েটিভ আইডিয়াৰে ডাঙৰ সাফল্য লাভ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷

সিংহ ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱ

সিংহ ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্যই৷ সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্যৰ গোচৰ লাভজনক হব এই ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ বুদ্ধি খটুৱাই যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব৷ আৰ্থিকভাৱে লাভ কৰিব পাৰিব৷ ব্যৱসায়ত মুনাফাৰ পৰিমাণ বাঢ়িব৷

কন্যা ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱ

কন্যা ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত মনত ভৰপুৰ আনন্দ থাকিব৷ কেৰিয়াৰত উন্নতি কৰিব৷ সহকৰ্মীসকলৰ পৰা প্ৰয়োজনীয় সহায় পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভ কৰিব পাৰিব৷ শিক্ষাক্ষেত্ৰৰ সৈতে যিসকল যুক্ত তেওঁলোকে সাফল্যৰ পথত আগুৱাই যাব৷

ধনু ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱ

১৬ ডিচেম্বৰত ধনু ৰাশিত গোচৰ কৰিব সূৰ্যই৷ আগন্তুক এমাহ সূৰ্য থাকিব বৃহস্পতিৰ ৰাশি ধনুত৷ এই সময়ত আপোনাৰ কামৰ দক্ষতা বহু পৰিমাণে বাঢ়িব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ আয় বাঢ়িব৷ ইয়াৰ ফলত বেংক বেলেন্স বাঢ়িব পাৰে৷

কুম্ভ ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱ

কুম্ভ ৰাশিৰ একাদশ ঘৰত সূৰ্যৰ গোচৰ লাভজনক হব এই ৰাশিৰ জাতকৰ বাবে৷ আয় বাঢ়িব৷ অফিচত নিজৰ কামৰ প্ৰশংসা পাব৷ ব্যৱসায়ত নতুন নতুন মানুহৰ সৈতে চিনাকি হব৷ যাৰ ফলত ব্যৱসায় আৰু বঢ়াই ল’ব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক মজবুত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
Next Post
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.