• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

8 months ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

2 minutes ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

52 minutes ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

1 hour ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

4 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

6 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

6 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

7 hours ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

8 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

8 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

9 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

editor by editor
December 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টোপনিৰ পৰা উঠিয়েই পুৱা একাপ চাহত চুমুক দিয়াটো প্ৰায় প্ৰতিজনৰে অভ্যাস৷ সেই চাহত আদা দিলে আৰু সোৱাদ হয়৷ সেই আদা বা নেমু দিয়া ৰঙা চাহ বা গাখীৰ চাহ পুৱাই খালী পেটত খোৱাটো স্বাস্থ্যকৰ নে? বহুতেই কয় যে গৰম ধুমায়িত একাপ চাহ নাখালে দিনটো আধৰুৱা হৈ পৰে৷ কিন্তু চিকিৎসকে কয় যে খালী পেটত চাহ খালে বহুধৰণৰ পাশ্বপ্ৰতিক্ৰিয়া হব পাৰে৷

খালী পেটত চাহ খালে কি কি সমস্যা হব পাৰে?

অম্বল-গেছ-বদহজম-পেটৰ সমস্যাত যিসকলে ভূগি আছে তেওঁলোকে খালী পেটত চাহ খালে এই সমস্যা বাঢ়ি যাব পাৰে৷ চাহ খোৱাৰ এই অভ্যাসৰ বাবেই ডিঙি বা বুকু জ্বলাপোৰাৰ সমস্যা বঢ়াই দিব পাৰে৷ চাহত বেছি পৰিমাণে টেনিন, যি নিয়ন্ত্ৰিত মাত্ৰাত শৰীৰত গলে ক্ষতি নাই৷ কিন্তু ইয়াৰ পৰিমাণ বাঢ়ি গলে সি পাকস্থলীত প্ৰদাহ তৈয়াৰ কৰিব৷ বিপাকক্ৰিয়াৰ হাৰ কমাই দিয়ে ফলত হজমত বাধা আহিব পাৰে৷

খালী পেটত চাহ খালে হৃদস্পন্দন, ৰক্তচাপ আনকি শ্বাসপ্ৰশ্বাসৰ হাৰ বাঢ়ি যায়৷ চাহ খালে আলস্য ভাৱ দূৰ হয় বুলি বহুতে ভাৱে কিন্তু খালী পেটত চাহ খালে ক্লান্তি আৰু বাঢ়িহে যায়৷ পুৱাই সদা কেফেইন খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ বৰং গ্ৰীণ টি যদি খাব পাৰে তেন্তে কিছু উপকাৰ পাব পাৰে৷ গ্ৰীন টি খালী পেটত খোৱাও অৱশ্যে বিশেষ স্বাস্থ্যকৰ নহয়৷
খালী পেটত চাহ খোৱাৰ আৰু এক ডাঙৰ সমস্যা হৈছে ভোক কমি যোৱা৷ শৰীৰত পানী শূন্যতাৰ সমস্যাই দেখা দিলে কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়ে৷ চাহত থকা টেনিনে তেজত পটাছিয়ামৰ মাত্ৰা বঢ়াই দিব পাৰে৷ ইয়াৰ ফলত কিডনিৰ ক্ষতিও হব পাৰে৷

পুৱাই পুৱাই চাহৰ বিকল্প কি?

১. একাপ দৈ, আধা কাপ ওটছ আৰু এটা গোটা আপেল আৰু এটা কল মিক্সাৰত ভালকৈ পিহি লব৷ গ্লাছত ঢালি তাত মৌ মিহলাই খাব পাৰে৷ এই স্মুদিত প্ৰটিন আৰু ফাইবাৰ থকাৰ ফলত বহু সময় ধৰি পেটো ভৰ্তি হৈ থাকিব৷

২. তুলসীৰ চাহ ভাল বিকল্প৷ ঠাণ্ডাত চৰ্দি কাঁহ লাগিয়েই থাকে৷ যদি দৈনিক একাপকৈ তুলসী আৰু চাহ খাই তেতিয়া ঠাণ্ডা লগাৰ আশংকা বহুপৰিমাণে কমিব৷ এটা পাত্ৰত পানী গৰম কৰি তাত তুলসী পাত উতলাই লওক৷ তাৰপিছত মৌ আৰু নেমু মিহলাই লৈ তুলসী চাহ তৈয়াৰ কৰিব৷ নেমুত থকা ভিটামিন চিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি বঢ়াত সহায়তা কৰে৷

৩. হজমৰ সমস্যা থাকিলে পুদিনাৰ চাহ খাব পাৰে৷ পানী গৰম কৰি তাত পুদিনা পাত কাটি ১৫ মিনিট ঢাকি থওক৷ এই চাহ খালে গেছৰ সমস্যা কমিব৷ তেনেকৈয়ে ক্লান্তিও দূৰ হব৷

৪. কিছমিছ আৰু কেশৰ শৰীৰৰ বাবে উপকাৰী৷ ৬.৮ টা কিছমিছ আৰু দুটা কেশৰ গৰম পানীত নিশাটো তিঁয়াই ৰাখিব৷ পুৱাই টোপনিৰ পৰা উঠি মিশ্ৰণটো খালী পেটত পান কৰিব৷ ইয়াৰ ফলত তেজ পৰিশোধিত হ’ব৷ দেহত আয়ৰণৰ ভাৰসাম্য বৃদ্ধি পাব আৰু পেট পৰিষ্কাৰ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!
বাণিজ্য

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

July 31, 2026
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম
বাণিজ্য

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

July 31, 2026
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?
বিনোদন

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

July 31, 2026
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

July 31, 2026
Next Post
মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.