• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

1 year ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

2 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

4 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

6 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

6 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

7 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

8 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

8 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

editor by editor
March 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুনৰ পূৰ্ণিমাত পালিত হয় দৌল৷ এই ৰঙৰ উৎসৱত মতলীয়া হ’ব সমগ্ৰ দেশ৷ আগন্তুক ১৪ মাৰ্চত পালিত হ’ব দৌল বা হোলী৷ তাৰ পূৰ্বৰ দিনা ১৩ মাৰ্চৰ সন্ধিয়া পালিত হ’ব হোলিকা দহন৷ এই বছৰ দৌলৰ দিনা জ্যোতিষ অনুসৰি এক বিশেষ যোগ গঠিত হ’ব৷ ১৪ মাৰ্চৰ দৌল পূৰ্ণিমাত এই বছৰ প্ৰথম চন্দ্ৰগ্ৰহণ৷ আকৌ সেই দিনাই কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্যই৷ এই বিৰল যোগাযোগৰ ফলত জ্যোতিষ গণনাৰ হিচাপত দুৰ্দান্ত লাভৱান হ’ব এই ৪ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?

বৃষ ৰাশি

চন্দ্ৰগ্ৰহণৰ দিনা সূৰ্যৰ গোচৰৰ ফলত সুসময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ পেছাগত জীৱনৰ পৰা সকলো বাধা বিপত্তি দূৰ হ’ব৷ নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পেছাগত জীৱনৰ পৰা সকলো বিপত্তি দূৰ হৈ যাব৷ নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাব৷ ডাঙৰ আৰ্থিক লাভৰ সুযোগ পাব৷

মিথুন ৰাশি

১৪ মাৰ্চৰ পৰা জীৱনত উন্নতি আৰম্ভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত সুখ সমৃদ্ধি লাভ কৰিব আপুনি৷ পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ কামৰ চাপ কমাই মানসিক শান্তিত থাকিব আপুনি৷ আৰ্থিক পৰিস্থিতিৰো উন্নতি হ’ব৷

কৰ্কট ৰাশি

সূৰ্যৰ যুটিৰ সৈতে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত সকলো সংকটৰ পৰা মুক্তি পাব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপুনি সকলো কামতেই শুভ ফল লাভ কৰিব৷ যি কামত হাত দিব তাতেই সৌভাগ্য আপোনাৰ কাষত থাকিব৷ নতুন চাকৰি পাব পাৰে৷ নহ’বলগীয়া কোনো কামো এইবাৰ সম্পন্ন হ’ব৷

তুলা ৰাশি

১৪ মাৰ্চৰ পৰা সোণালী সময় আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত নানান দিশৰ পৰা আশাতীত সাফল্য পাব আপুনি৷ এই সময়ত জীৱনত উন্নতি কৰাৰ নানান সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ জীৱনত উন্নতিৰ নতুন দিশা পাব৷ বৃহৎ আৰ্থিক লাভ হোৱাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
দীৰ্ঘদিন ধৰি সহবাসৰ পাছত ইয়াক ধৰ্ষ… বুলি অভিযোগ আনিলে আদালতে নামানিবঃ উচ্চতম ন্যায়ালয়

দীৰ্ঘদিন ধৰি সহবাসৰ পাছত ইয়াক ধৰ্ষ… বুলি অভিযোগ আনিলে আদালতে নামানিবঃ উচ্চতম ন্যায়ালয়

সূৰ্য-মঙ্গলৰ নৱপঞ্চম ৰাজযোগ, ৩ৰাশিৰ কেইবাগুণো বাঢ়িব বেংক বেলেন্স, কোটিপতি হ’ব কোন কোন?

সূৰ্য-মঙ্গলৰ নৱপঞ্চম ৰাজযোগ, ৩ৰাশিৰ কেইবাগুণো বাঢ়িব বেংক বেলেন্স, কোটিপতি হ’ব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.