ফাগুনৰ পূৰ্ণিমাত পালিত হয় দৌল৷ এই ৰঙৰ উৎসৱত মতলীয়া হ’ব সমগ্ৰ দেশ৷ আগন্তুক ১৪ মাৰ্চত পালিত হ’ব দৌল বা হোলী৷ তাৰ পূৰ্বৰ দিনা ১৩ মাৰ্চৰ সন্ধিয়া পালিত হ’ব হোলিকা দহন৷ এই বছৰ দৌলৰ দিনা জ্যোতিষ অনুসৰি এক বিশেষ যোগ গঠিত হ’ব৷ ১৪ মাৰ্চৰ দৌল পূৰ্ণিমাত এই বছৰ প্ৰথম চন্দ্ৰগ্ৰহণ৷ আকৌ সেই দিনাই কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্যই৷ এই বিৰল যোগাযোগৰ ফলত জ্যোতিষ গণনাৰ হিচাপত দুৰ্দান্ত লাভৱান হ’ব এই ৪ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?
বৃষ ৰাশি
চন্দ্ৰগ্ৰহণৰ দিনা সূৰ্যৰ গোচৰৰ ফলত সুসময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ পেছাগত জীৱনৰ পৰা সকলো বাধা বিপত্তি দূৰ হ’ব৷ নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পেছাগত জীৱনৰ পৰা সকলো বিপত্তি দূৰ হৈ যাব৷ নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাব৷ ডাঙৰ আৰ্থিক লাভৰ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ