• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব

1 month ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

8 minutes ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

42 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 hour ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

2 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

4 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

5 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব

ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব

editor by editor
January 26, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত সূৰ্যগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে৷ ২০২৬ চনত দুটা সূৰ্যগ্ৰহণ ঘটিব৷ এটা ফেব্ৰুৱাৰীত আৰু আনটো আগষ্টত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, সূৰ্যগ্ৰহণে ১২ ৰাশিৰ জাতক জাতিকাক প্ৰভাৱিত কৰিব৷ এই প্ৰভাৱ শুভ বা অশুভ দুয়োটাই হব পাৰে৷ ২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ কেতিয়া হ’ব জানেনে? কোন কোন ৰাশিৰ জাতক জাতিকা ইয়াৰ পৰা প্ৰভাৱিত হ’ব?

এই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ১৭ ফেব্ৰুৱাৰীত হ’ব৷ ই এক বলয়াকাৰ সূৰ্যগ্ৰহণ হব৷ এই বলয়াকাৰ সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই সূৰ্যৰ প্ৰায় ৯৬ শতাংশ ঢাকি ধৰিব৷ যাৰ ফলত আকাশত এক দৰ্শনীয় বলয় তৈয়াৰ হব৷ সূৰ্যই জুইৰ দৰে বলয় দেখাব৷ এই সম্পূৰ্ণ বলয়ে ঘটনাটো প্ৰায় ২ মিনিট ২০ ছেকেণ্ড স্থায়ী হব৷

১৭ ফেব্ৰুৱাৰীত মঙ্গলবাৰে ফাগুনৰ অমাবস্যাৰ দিনা বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ বিয়লি ৫বাজি ২৬ মিনিটত হব আৰু শেষ হব সন্ধিয়া ৭বাজি ৫৭ মিনিটত৷ এই গ্ৰহণ ভাৰতত দৃশ্যমান হব নে নহয় ইয়াৰ সূতক কাল বিবেচনা কৰা নহ’ব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ শনিৰ ৰাশি কুম্ভ ৰাশিত ঘটিব৷ যেতিয়া গ্ৰহণ হ’ব তেতিয়া সূৰ্যই কুম্ভ ৰাশিত থাকিব৷ এই গ্ৰহণে তেতিয়া বহু ৰাশিৰ বাবে শুভ যোগ কঢ়িয়াই আনিব৷

মেষ ৰাশি

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ মেষ ৰাশিৰ জাতকৰ বাবে সকলোতকৈ শুভ হব৷ এই গ্ৰহণ এই ৰাশিৰ জাতকৰ বাবে সৌভাগ্যৰ দ্বাৰ খুলিব পাৰে৷ আৰ্থিক অৱস্থা মজবুত হব আৰু ভাগ্য তেওঁলোকৰ অনুকূলে থাকিব৷ ব্যৱসায় আৰু কৰ্মজীৱনত যথেষ্ট সাফল্য পাব৷ নতুন কাম আৰম্ভ কৰিব পাৰে৷ তেওঁলোকে চাকৰিত নতুন আৰু ভাল সুযোগ লাভ কৰিব৷

বৃষ ৰাশি

এই জাতকৰ বাবেও সূৰ্যগ্ৰহণ শুভ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মজীৱনত ভাল ফল পাব৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ হব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে যদি ভাল ফল লাভ কৰিব৷ পিতৃ-মাতৃক কাষত পাব৷ চৰকাৰী ক্ষেত্ৰত সাফল্য পাব৷ আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ স্বাস্থ্যও ভালে থাকিব৷

মিথুন ৰাশি

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ হব পাৰে৷ আৰ্থিক অৱস্থা শক্তিশালী হ’ব, আয়ৰ নতুন উৎস তৈয়াৰ হব৷ অসমাপ্ত কাম সম্পন্ন হব৷ পৰিয়ালৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ ব্যৱসায় আৰু কৰ্মজীৱনত অগ্ৰগতি লাভ কৰিব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

কৰ্কট ৰাশি

এই সূৰ্যগ্ৰহণ কৰ্কট ৰাশিৰ জাতকৰ বাবে উপকাৰী হব৷ আয় বৃদ্ধি পাব৷ হঠাৎ অৰ্থৰ আগমন ঘটিব পাৰে৷ ব্যৱসায় আৰু কৰ্মজীৱনত লাভৰ সম্ভাৱনা আছে৷ বিদেশ ভ্ৰমণ সম্ভৱ৷ বাহন বা ঘৰ ক্ৰয় কৰাৰ সম্ভাৱনা আছে৷ সামগ্ৰিকভাৱে এই সূৰ্যগ্ৰহণে কৰ্কট ৰাশিৰ বাবে সাফল্য আৰু অগ্ৰগতি কঢ়িয়াই আনিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
Next Post
ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?

ফেব্ৰুৱাৰীত শক্তিশালী চতুৰ্গ্ৰহী ৰাজযোগ, কিছুদিন পাছতেই ৩ৰাশিৰ লাভেই লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন