• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?

ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?

5 months ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

17 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

44 minutes ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

1 hour ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

5 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

7 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

8 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

9 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?

ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?

editor by editor
January 26, 2026
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতত কমিব মাৰ্ছিডিজ, বি এম ডব্লিউৰ দাম! ইউৰোপৰ সৈতে বাণিজ্য চুক্তিত কমি যাব বাহনৰ আমদানী শুল্ক, কোনে কৰিছে এই দাবী?
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউৰোপৰ সৈতে বাণিজ্যচুক্তি হৈ গ’লে ভাৰতীয় বজাৰত সস্তা হ’ব পাৰে বি এম ডব্লিউ, মাৰ্চিডিজ বেনজৰ দৰে বাহন৷ ইউৰোপৰ পৰা আমদানি কৰা বাহনৰ ওপৰত শুল্ক বহুপৰিমাণে কমি যাব পাৰে ভাৰতত৷ ভাৰতীয় বজাৰত ইউৰোপৰ পৰা অহা বাহনৰ ওপৰত ১১০ শতাংশ শুল্ক আছে৷ প্ৰস্তাবিত মুক্ত বাণিজ্যচুক্তিত সেয়া ৪০ শতাংশ নমাই অনাৰ পৰিকল্পনা আছে ভাৰতৰ৷ বিভিন্ন সূত্ৰৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে ৰয়টাৰ্ছে৷

প্ৰায় ১৮ বছৰ ধৰি আলোচনাৰ পাছত ভাৰতৰ সৈতে বাণিজ্যচুক্তিক লৈ আলোচনা চূড়ান্ত কৰাৰ পথত ইউৰোপীয় ইউনিয়ন৷ আগন্তুক মঙলবাৰে এই ঘোষণা হব পাৰে৷ ইউৰোপীয় কমিছনৰ প্ৰধান উৰসুলা ভন ডাৰ লিয়েনে ইতিমধ্যে ভাৰতলৈ আহিছে৷ সোমবাৰে দিল্লীত গণতন্ত্ৰ দিৱসৰ কুচকাৱাছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে তেওঁ৷ ইয়াৰপাছতেই মঙ্গলবাৰে মোদীৰ সৈতে বৈঠকৰ সময়ত দ্বিপাক্ষিক বুজাপৰাও চূড়ান্ত হোৱাৰ কথা ঘোষণা হব পাৰে৷

ইউৰোপৰ ২৭ দেশৰ এই জোঁটৰ সৈতে বাণিজ্য বুজাপৰাত কি কি বিষয়ৰ আলোচনা হৈছে সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও জনোৱা হোৱা নাই৷ আলোচনা সম্পৰ্কে এক সূত্ৰই জনাইছে যে বাহনসমূহৰ আমদানিমূল্য ১৫০০০ ইউৰো ভাৰতীয় মুদ্ৰাত ১৬ লাখ ২৬ হাজাৰ টকাৰ বেছি আৰু সীমিত কিছু বাহনৰ ওপৰত অবিলম্বে শুল্ক কমোৱাৰ প্ৰস্তাৱ দিছে ভাৰতে৷ সূত্ৰই জনাইছে যে পৰবৰ্তী সময়ত এই শুল্কৰ হাৰ আৰু কমাই ১০ শতাংশ কৰা হব পাৰে৷ ইয়াৰ ফলত ফোক্সৱেগন, মাৰ্ছিডিজ বেনজ আৰু বিএমডব্লিউৰ দৰে ইউৰোপীয় সংস্থাৰ বাহনক ভাৰতীয় বজাৰত আৰু সহজলভ্য কৰি তুলিব পাৰে৷

ভাৰতৰ বাণিজ্য মন্ত্রণালয় আৰু ইউৰোপীয় কমিছন উভয়ৰে সৈতেই যোগাযোগৰ চেষ্টা কৰিছে ৰয়টাৰ্ছে৷ কোনো পক্ষই এইবিষয়ে মন্তব্য কৰা নাই৷ ইউৰোপৰ সৈতে এই দ্বিপাক্ষিক বাণিজ্যচুক্তি যে দিল্লীৰ ওচৰত খুবেই গুৰুত্বপূৰ্ণ৷ ইতিমধ্যে সেয়া স্পষ্ট হৈছে বাণিজ্যমন্ত্ৰী পীয়ুষ গোৱেলৰ কথাত৷ এই চুক্তি বাস্তবায়িত হলে ২০০ কোটি মানুহৰ এখন নতুন বজাৰ তৈয়াৰ হব৷ অনুমান কৰা হৈছে যে ইউৰোপৰ সৈতে প্ৰস্তাৱিত চুক্তিৰ মাধ্যমেৰে দ্বিপাক্ষিক বাণিজ্য আৰু বৃদ্ধি পাব৷ ইয়াৰ সৈতে ভাৰতীয় বস্ত্ৰ আৰু গহনাৰ ৰপ্তানিও বৃদ্ধি পাব৷

বিক্ৰিৰ দিশৰ পৰা আমেৰিকা আৰু চীনৰ পাছত বিশ্বৰ তৃতীয় বৃহত্তম বাহনৰ বজাৰ আছে ভাৰতত৷ কিন্তু ভাৰতৰ দেশীৰ বাহন শিল্প বৰ্তমান বহু আগবাঢ়িছে৷ কাৰণ ক্ষেত্ৰবিশেষে ৭০-১১০ শতাংশ পৰ্যন্ত আমদানি শুল্ক আছে ভাৰতত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
Next Post
ফেব্ৰুৱাৰীত শক্তিশালী চতুৰ্গ্ৰহী ৰাজযোগ, কিছুদিন পাছতেই ৩ৰাশিৰ লাভেই লাভ

ফেব্ৰুৱাৰীত শক্তিশালী চতুৰ্গ্ৰহী ৰাজযোগ, কিছুদিন পাছতেই ৩ৰাশিৰ লাভেই লাভ

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.