• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

3 weeks ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

14 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

28 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

4 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

4 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

4 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

6 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

7 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

7 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

সম্পূৰ্ণ এক নতুন শৈলীৰ ছবি The Vvaan

editor by editor
September 27, 2026
in চিনেমা, বিনোদন, ভাৰত
0
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
0
SHARES
30
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সিদ্ধাৰ্থ মলহোত্ৰা আৰু তমন্না ভাটিয়াক মুখ্য চৰিত্ৰত লৈ নিৰ্মাণ কৰা ছবি ‘The Vvaan: Force of the Forrest’ক লৈ দৰ্শকৰ মাজত উৎসাহ বৃদ্ধি পাইছে। ছবিখনৰ কাহিনী, লোককথাৰ আধাৰত কৰা উপস্থাপন আৰু মনোমোহা দৃশ্যাংশই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখন মুক্তিৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহু দৰ্শকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশ দৰ্শকে ছবিখনৰ কাহিনী আৰু পৰিৱেশক বিস্ফোৰক বুলি অভিহিত কৰাৰ লগতে কাহিনীটো যথেষ্ট ‘Unpredictable’ বুলি মন্তব্য কৰিছে।

বিশেষকৈ ছবিখনত ভাৰতীয় লোককথা আৰু পৌৰাণিক বিশ্বাসৰ উপাদানসমূহক আধুনিক চিনেমাৰ ভাষাৰে উপস্থাপন কৰাৰ শৈলীক অধিকাংশ দৰ্শকে প্ৰশংসাৰে উপচায় দিছে। ছবিখনৰ ভিজুৱেল, দৃশ্য নিৰ্মাণ আৰু পৰ্দাত সৃষ্টি কৰা ৰহস্যময় পৰিৱেশো দৰ্শকৰ আলোচনাৰ অন্যতম বিষয় হৈ পৰিছে। সিদ্ধাৰ্থ মলহোত্ৰাৰ অভিনয়ক লৈও ছ’চিয়েল মিডিয়াত ইতিবাচক প্ৰতিক্ৰিয়া দেখা গৈছে। আনহাতে, তমন্না ভাটিয়াৰ চৰিত্ৰ আৰু অভিনয়েও দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিছে।

‘The Vvaan: Force of the Forrest’ৰ কাহিনীত লোককথা, ৰহস্য আৰু কল্পনাৰ এক বিশেষ সংমিশ্ৰণ দেখা যায়। সেয়ো এই ছবিখন কেৱল প্ৰচলিত বলীউডৰ সাধাৰণ মূলধাৰাৰ ছবিৰ দৃষ্টিৰে চাবলৈ গলে হয়তো ভাল নাপাব। মুঠতে, মুক্তিৰ পিছতে ছবিখনক লৈ হোৱা ইতিবাচক চৰ্চাই ‘The Vvaan: Force of the Forrest’ক দৰ্শকৰ মাজত কৌতূহল বৃদ্ধি কৰিছে। বিশেষকৈ লোককথা, শক্তিশালী ভিজুৱেল আৰু শেষলৈকে কি হ’ব সেয়া সহজে অনুমান কৰিব নোৱাৰা কাহিনীয়ে ছবিখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা দেখা গৈছে।

‘পঞ্চায়ত’ৰ দৰে গাঁৱৰ জীৱন, গাঁৱৰ ৰাজনীতি, মানুহৰ সম্পৰ্ক আৰু দৈনন্দিন সমস্যাক অতি বাস্তৱিকভাৱে পৰ্দাত তুলি ধৰা পৰিচালক দীপক কুমাৰ মিশ্ৰই এইবাৰ সম্পূৰ্ণ বেলেগ ধৰণৰ ছবি লৈ আহিছে। তেওঁৰ এই ছবিখন বৃহৎ পৰিসৰৰ ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচন ছবি। ছবিখনত আছে প্ৰাচীন দেৱী, ভয়ংকৰ অলৌকিক শক্তি, লোভী ভূমি মাফিয়া, নিজৰ ভাগ্যৰ পৰা আঁতৰি থাকিব বিচৰা এজন নায়ক আৰু হাজাৰ বছৰ পুৰণি এক কিংবদন্তি প্ৰচলিত কাহিনী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
বৈপৰীত্য

বৈপৰীত্য

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.