• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 months ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

2 minutes ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

34 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

52 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

4 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

editor by editor
February 9, 2026
in জীৱনশৈলী
0
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক
0
SHARES
881
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ৷ জ্যোতিষগণনা অনুসৰি এই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হ’ব ১৭ ফেব্ৰুৱাৰী৷ সেই সময়ত সূৰ্য শনিৰ অধীন ৰাশি কুম্ভত অৱস্থান কৰিব৷ অৰ্থাৎ কুম্ভ ৰাশিতেই হ’ব সূৰ্যগ্ৰহণ৷ সেই একে দিনাই আকৌ চাৰিগ্ৰহই অৱস্থান কৰিব কুম্ভ ৰাশিত, যাৰ ফলত তৈয়াৰ হব এক বিৰল পঞ্চগ্ৰহী যোগ৷ এই পৰিস্থিতিয়ে তিনিটা ৰাশিৰ জাতকৰ বাবে উল্লেখযোগ্য আৰ্থিক লাভ দিব পাৰে৷

১৩ ফেব্ৰুৱাৰী ২০২৬ত সূৰ্যই কুম্ভ ৰাশিত গোচৰ কৰিব৷ তাতেই ইতিমধ্যেই উপস্থিত থাকিব ৰাহু৷ যাৰ ফলত সূৰ্যগ্ৰহণ হব৷ মঙ্গল, বুধ, শুক্ৰ আৰু চন্দ্ৰই কুম্ভ ৰাশিত পঞ্চগ্ৰহী যোগ তৈয়াৰ কৰিব৷ ১৭ ফেব্ৰুৱাৰীত চন্দ্ৰই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যগ্ৰহণৰ দিনাই সেই ৰাশিত পঞ্চগ্ৰহী যোগ তৈয়াৰ হোৱাৰ এক বিৰল সংযোগ তৈয়াৰ হৈছে৷ যি অত্যন্ত শুভ বুলি ধাৰণা কৰিছে জ্যোতিষবিদসকলে৷

কোন কোন লাভৱান হ’ব?

মিথুন ৰাশি

সূৰ্যগ্ৰহণ আৰু পঞ্চগ্ৰহী যোগ মিথুন ৰাশিৰ বাবে উপকাৰী হব৷ এই ৰাশিৰ জাতকৰ কেৰিয়াৰত উল্লেখযোগ্য উন্নতি আৰু আৰ্থিক পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা আছে৷ নতুন উৎসৰ পৰা অৰ্থলাভ হব৷ ব্যৱসায় থাকিলে লাভৰ মুখ দেখিব৷ খেলাধুলা আৰু ফিটনেছৰ সৈতে জড়িতসকল বিশেষভাৱে উপকৃত হব৷

তুলা ৰাশি

সূৰ্যগ্ৰহণ আৰু পঞ্চগ্ৰহী যোগে তুলা ৰাশিৰ জাতকৰ বাবে ডাঙৰ আৰ্থিক উন্নতি কঢ়িয়াই আনিব পাৰে৷ ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে৷ ঋণৰ পৰা মুক্তি পাব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় ভাল সময়৷ ডাঙৰ কোনো ব্যৱসায়িক চুক্তি সম্পন্ন হব পাৰে৷ পুৰণি কাম শেষ কৰাৰ বাবে ভাল সময়৷ জীৱনত আৰাম আৰু বিলাসিতা বৃদ্ধি পাব পাৰে৷ ডাঙৰ কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে৷

ধনু ৰাশি

একে দিনাই একে ৰাশিত একেলগে সূৰ্যগ্ৰহণ পঞ্চগ্ৰহী যোগৰ এই বিৰল ঘটনা ধনু ৰাশিৰ জাতকৰ বাবে সৌভাগ্যৰ দুৱাৰ খুলিব৷ নতুন ঘৰ, সম্পত্তি বা বাহন কিনিব পাৰে৷ নতুন ব্যৱসায় বা কোনো কাম আৰম্ভ কৰাৰ পৰিকল্পনা থাকিলে ভাল সময়৷ খৰচ কমিব, যাৰ ফলত অৰ্থ সাশ্ৰয় বাঢ়িব৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক
জীৱনশৈলী

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

July 11, 2026
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
Next Post
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.