• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

10 months ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

46 minutes ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

1 hour ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

2 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

3 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

4 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

editor by editor
June 3, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?
0
SHARES
16.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গ্ৰহৰাজ সূৰ্যই ১৫ জুনত মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ তাত বৃহস্পতি আৰু বুধ বৰ্তমানৰ পৰাই উপস্থিত আছে৷ এইধৰণে মিথুন ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতিৰ সংযোগ ঘটিব৷ এক ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সংযোগৰ কাৰণে গুৰু আদিত্য যোগ তৈয়াৰ হৈছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ ৰজা সূৰ্য হৈছে প্ৰশাসন, পিতা, সন্মান আৰু শ্ৰদ্ধাৰ বাবে দায়ী গ্ৰহ৷ অন্যহাতে দেৱতাসকলৰ গুৰু বৃহস্পতি হৈছে জ্ঞান, ভাগ্য, ধৰ্ম আৰু শিক্ষাৰ বাবে দায়ী গ্ৰহ৷ এই দুটি সংযোগ সদায়ে ফলপ্ৰসূ হৈছে আৰু এইবাৰ ৬ ৰাশি এই সংযোগৰ পৰা উপকৃত হব৷ জুন মাহৰ পৰা এই ৰাশিচক্ৰৰ জাতকে বহু ক্ষেত্ৰত বিভিন্ন সুবিধা পাব আৰু ভাগ্যৰ পূৰ্ণ সহায়তা পাব৷ জানি থওক গুৰু আদিত্য যোগৰ পৰা এই ৰাশিচক্ৰৰ জাতকে কি কি সুবিধা পাব?

মেষ ৰাশি

সূৰ্য আৰু বৃহস্পতিৰ মিলনত মেষ ৰাশিৰ জাতক লাভাম্বিত হব৷ মেষ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব৷ এই সময়ত আপুনি আপোনাৰ সমস্ত সমস্যাৰ সমাধান পাব আৰু আপোনাৰ পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ চাকৰিয়ালে কৰ্মজীৱনত হঠাৎ উন্নতি কৰিব পাৰিব৷ আৰু আৰ্থিক অৱস্থাৰ অপ্ৰত্যাশিত লাভ হব৷ ইয়াৰোপৰি ভাগ্যৰ সহায়তাও আপুনি পাব৷ এই সময়ত আপুনি ধৰ্মীয় কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব আৰু সন্তুষ্টি বোধ কৰিব পাৰিব৷

সিংহ ৰাশি

সূৰ্য আৰু বৃহস্পতিৰ মিলনত সিংহ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ সিংহ ৰাশিৰ জাতক জাতিকাই এই সময়কালত তেঁওলোকৰ আয় বৃদ্ধিৰ সুযোগ পাব আৰু গুৰু আদিত্য যোগে আপোনাক দ্ৰুত অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ এই সময়ত আপুনি আপোনাৰ ইচ্ছা পূৰণত সফল হব আৰু পৰিয়ালৰ সমস্ত চাহিদা পূৰণ কৰিবলৈ সক্ষম হব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এই সময়ত আপুনি পাব পাৰে৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপোনাৰ বিবাহিত জীৱন শক্তিশালী হব৷

তুলা ৰাশি

সূৰ্য আৰু বৃহস্পতিৰ সংযোগত গঠিত গুৰু আদিত্য যোগ তুলা ৰাশিৰ জাতকৰ বাবে খুবেই ভাল হব৷ এই সময়ত আপুনি আৰ্থিকভাৱে ভাগ্যবান হব কাৰণ ভাল পৰিমাণৰ অৰ্থ উপাৰ্জনৰ ওপৰিও আপুনি অৰ্থ সঞ্চয়ত সফল হব৷ আপুনি আপোনাৰ প্ৰতিযোগীসকলক কঠিন প্ৰতিযোগিতাত হৰুৱাই আপোনাৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হব৷ চাকৰিয়ালসকলে এই সময়ত ভাল ধৰণে কেৰিয়াৰত উন্নতিৰ সুযোগ পাব৷ আপোনাৰ সন্তানৰ অগ্ৰগতি দেখি আপোনাৰ মন সুখী হব আৰু শুভ যোগৰ প্ৰভাৱত আপোনাৰ সম্পদো বৃদ্ধি পাব৷

ধনু ৰাশি

গুৰু আদিত্য যোগৰ শুভ প্ৰভাৱৰ কাৰণে, ধনু ৰাশিৰ জাতক জাতিকাৰ ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ এই সময়কালত, ধনু ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ পৰিয়াল বা বন্ধুৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে আৰু ঘৰত কোনো শুভ অনুষ্ঠানৰো আয়োজন হব পাৰে৷ এই ৰাশিৰ চাকৰিয়াল জাতকে এই সময়ত নতুন চাকৰিৰ সুযোগ পাব আৰু তাৰবাবে আপোনাৰ আয় বৃদ্ধি পাব আৰু কেৰিয়াৰো দ্ৰুতগতিত আগুৱাই যাব৷ এই সময়ত আপুনি বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ এই সময়ত আপুনি যি কোনো ব্যৱসায়িক উদ্যোগত ভাল ফল আনিবলৈ সক্ষম হব৷

মকৰ ৰাশি

সূৰ্য আৰু বৃহস্পতিৰ সংযোগত গঠিত গুৰু আদিত্য যোগৰ কাৰণে মকৰ ৰাশিৰ জাতক জাতিকাই প্ৰচুৰ সমৃদ্ধি লাভ কৰিব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত ইতিবাচক ফলাফল আনিব৷ কৰ্তৃপক্ষই আপোনাৰ প্ৰচেষ্টা আৰু উৎসাহক স্বীকৃতি দিব আৰু আপোনাক পুৰস্কৃতও কৰিব পাৰে৷ আপুনি দ্ৰুত গতিত আগুৱাব আৰু বেছি অৰ্থও উপাৰ্জন কৰিব পাৰিব৷ এই সময়ত যিসকলে ব্যৱসায়ত জড়িত তেওঁলোকে আৰ্থিক লাভৰ মাধ্যমেৰে সফল হব আৰু ফলাফলো আপোনাৰ পক্ষতেই আহিব৷ যিসকলে বিদেশত আছে তেওঁলোকেও প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাৰ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ মীন ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত অন্যসকলৰ সৈতে সহযোগিতা কৰি উপকৃত হব৷ আপুনি উল্লেখযোগ্যভাৱে আৰ্থিক লাভৰ অভিজ্ঞতা অৰ্জন কৰিব আৰু আপোনাৰ অৰ্থ উপাৰ্জনৰ সম্ভাৱনাও বৃদ্ধি পাব৷ এই সময়ত আপুনি কেৱল অৰ্থ উপাৰ্জনেই নহয়, অন্যান্য উৎসৰ পৰাও অৰ্থ উপাৰ্জনত সফল হব৷ শুভ যোগৰ প্ৰভাৱত মীন ৰাশিৰ জাতক জাতিকাই পৰিয়ালৰ কোনো সদস্যৰ পৰা কোনো সুসংবাদ শুনিবলৈ পাব আৰু ঋণৰ পৰও মুক্তি পাব৷ যদি আপোনাৰ চৰকাৰী কাম থাকে তেন্তে সেয়াও খুব কম সময়তেই সম্পন্ন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.