• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

1 year ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

27 minutes ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

1 hour ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

17 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

20 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন

editor by editor
June 3, 2025
in জীৱনশৈলী
0
পুৱাই টোপনিৰ পৰা উঠি এইসমূহ কাম নকৰিব, বাস্তুদোষত ছাৰখাৰ হ’ব জীৱন
0
SHARES
867
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাস্তুশাস্ত্ৰ অনুসৰি প্ৰতিবিধ সামগ্ৰীৰেই নিজস্ব শক্তি আছে৷ এই শক্তিয়ে আমাৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলায়৷ শুভ শক্তিৰ প্ৰভাৱত যেনেকৈ জাতকে উন্নতিৰ শীৰ্ষত উপস্থিত তেনেকৈ অশুভ শক্তিৰ প্ৰভাৱত উন্নতিৰ পথত পদে পদে বাধা সৃষ্টি কৰে৷ ইয়াৰ ফলত বহু সময়ত প্ৰায় সম্পূৰ্ণ হোৱা কামো ৰৈ যায়৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত বাস্তু দোষ থাকিলে আমাৰ জীৱনত অশুভ শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷

বাস্তুমতে এনে কিছু কাম আছে যি পুৱা টোপনিৰ পৰা ওঠাৰ পাছত কৰিলেই তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ ইয়াৰ কাৰণে বহু সময়ত শুভ কামতো বাধাৰ সৃষ্টি হয়৷ জানি থওক বাস্তুশাস্ত্ৰ অনুসৰি কি কি কাম পুৱা টোপনিৰ পৰা ওঠাৰ পাছত কেতিয়াও কৰা উচিত নহয়৷

ছায়া নাচাব

পুৱাই উঠি সৰ্বপ্ৰথমে আপুনি যি দেখে তাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰে৷ মনত ৰাখিব পুৱা কেতিয়াও কাৰো ছায়া নাচাব আনকি নিজৰ ছায়ালৈকো মন নকৰিব৷ ছায়া দেখিলে আপোনাৰ হৈ যোৱা কামো ৰৈ যাব পাৰে৷ মনত ৰাখিব ইয়াৰ ফলত ব্যক্তি হতাশা আৰু অৱসাদত ডুবে৷ কোনো কামতেই উৎসাহ নাপায়৷

লেতেৰা বাচন

পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত লেতেৰা বাচনলৈ চকু নিদিব৷ ইয়াৰ ফলত সমগ্ৰ দিনজুৰি অশুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ আনকি কোনো কাম সফল হবলগীয়া থাকিলেও মাজপথত ৰৈ যাব৷ নিশা টোপনি যোৱাৰ পূৰ্বে কেতিয়াও চিংকত বাচন জমা কৰি নুশুব৷ নিশাৰ বাচন নিশাই ধুই থোৱা উচিত৷ ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ হয়৷

আইনা নাচাব

পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত লগে লগে আইনাত নিজৰ মুখ নাচাব৷ বাস্তু অনুসৰি ইয়াৰ ফলত মানসিক অৱসাদ আহে৷ আনকি প্ৰায় হৈ যোৱা কামো ৰৈ যাব পাৰে৷ পুৱাই টোপনিৰ পৰা উঠি আইনালৈ নাচাব৷ কাৰণ বাস্তুমতে শুৱা ৰূমত আইনা ৰখাটোৱেই উচিত নহয়৷ আইনা বেডৰুমত ৰাখিলেও এনেকৈ ৰাখক যাতে শুই উঠিয়েই মুখখন আইনাত নেদেখে৷

বন্যপ্ৰানী নাচাব

পুৱাই উঠি কোনো বন্য জীৱজন্তু বা ছবি নেদেখাই ভাল৷ গৰত এনে কোনো ছবি থাকিলে পুৱাই উঠি সেয়া নাচাব৷ বাস্তুমতে পুৱাই বন্য জীৱজন্তু বা ছবি দেখিলে সংসাৰত অশান্তি বাঢ়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.