• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

12 months ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

36 minutes ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

59 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

1 hour ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

10 hours ago
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

11 hours ago
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

12 hours ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

14 hours ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

editor by editor
June 3, 2025
in জীৱনশৈলী
0
প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দোস্তানা-২ত একেলগে কাম কৰাৰ কথা আছিল কাৰ্তিক আৰিয়ান আৰু কৰণ জোহাৰৰ৷ কিন্তু দুজনৰ মাজত আভ্যন্তৰীণ কিছু সমস্যা তৈয়াৰ হোৱাৰ বাবে সেই ছবি কেতিয়া মুক্তি পাব জানিব পৰা হোৱা নাই৷ সেয়ে এইবাৰ নিজৰ ব্যক্তিগত বিবাদ আঁতৰাই কৰণ জোহাৰ আৰু কাৰ্তিক আৰিয়ানে আকৌ যুঁটি বান্ধিছে৷ কৰণৰ পৰিচালনাতেই নহয় প্ৰযোজনাতো আছে কাৰ্তিক৷ তু মেৰি মে তেৰা মে তেৰা তু মেৰি নামৰ ৰোমাণ্টিক ছবিৰ প্ৰচাৰত আছে কৰণ জোহাৰ৷ নায়কৰ ভূমিকাত আছে কাৰ্তিক আৰিয়ান৷ কিন্তু কাৰ্তিকৰ বিপৰীতে কোন নায়িকাক দেখা যাব সেই বিষয়ক লৈ নানান জল্পনা চলিছে৷ প্ৰথমে শুনা গৈছিল, জাহ্নৱী কাপুৰে এই ছবিত অভিনয় কৰিব৷ ইয়াৰ পাছতেই বহুতে শ্ৰী লীলাক কাৰ্তিকৰ নায়িকা হিচাপে দেখা যাব বুলি চৰ্চা চলাইছিল৷ কিন্তু সমস্ত জল্পনা কল্পনাৰ অন্ত পেলাই কাৰ্তিকৰ বিপৰীতে এইবাৰ অভিনয় কৰিছে অনন্যা পাণ্ডেই৷

অনন্যা আৰু কাৰ্তিকে পূৰ্বে পতি পত্নী ঔৰ ৱ চিনেমাত একেলগে অভিনয় কৰিছিল৷ ২০১৯ চনত মুক্তিপ্ৰাপ্ত এই চিনেমাত কাৰ্তিক আৰু অনন্যাৰ কেমিষ্ট্ৰি বেছ ভালেই পাইছিল দৰ্শকে৷ একেসময়তে দুজনৰ সম্পৰ্কৰ খবৰো শুনা গৈছিল৷ অৱশ্যে সেই সম্পৰ্ক বেছিদিন নিটিকিল৷ কিন্তু এইবাৰ আহিবলগা ছবিৰ আৰম্ভণিতে ভাইৰেল হৈছে বিশেষ ছবি৷ অনন্যাক সাবটি চুমা খাই থকা দেখা গৈছে কাৰ্তিকক৷

সম্প্ৰতি কৰণ জোহাৰে সামাজিক মাধ্যমত এখন ছবি শ্বেয়াৰ কৰিছে তাতেই কাৰ্তিকে অনন্যাক এখন পাছপৰ্টৰ আঁৰত চুমা খোৱা দেখা গৈছে৷ এই ছবি দেখিয়েই কৌতুহল বাঢ়িছে নেটিজেনৰ মাজত৷ আগন্তুক বৰ্ষৰ ১৩ ফেব্ৰৱাৰীত কৰণ জোহাৰে মুক্তি দিব অনন্যা আৰু কাৰ্তিক অভিনীত বিশেষ ছবিখন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
জীৱনশৈলী

May 19, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

May 19, 2026
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?
জীৱনশৈলী

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

May 18, 2026
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?
খাদ্য

Next Post
সময় বান্ধি দিয়া হৈছে ছমাহ! নিৰ্দিষ্ট সময়ত নথিভুক্ত কৰিব লাগিব সকলো ৱাকফ সম্পত্তি, পৰ্টেল মুকলি মোদী চৰকাৰৰ, নথিভুক্ত নকৰা সম্পত্তিৰ কি হ’ব?

সন্ধিয়া ৬ বজাতেই নিশাৰ খাদ্য গ্ৰহণ! নিশা ৯বজাত টোপনি, সুস্থ থাকিবলৈ ৰুটিনত কি কি পৰিবৰ্তন আনিছে কৰিনা কাপুৰ খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন