• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধিয়া ৬ বজাতেই নিশাৰ খাদ্য গ্ৰহণ! নিশা ৯বজাত টোপনি, সুস্থ থাকিবলৈ ৰুটিনত কি কি পৰিবৰ্তন আনিছে কৰিনা কাপুৰ খানে?

12 months ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

36 minutes ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

60 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

1 hour ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

10 hours ago
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

11 hours ago
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

12 hours ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

14 hours ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্ধিয়া ৬ বজাতেই নিশাৰ খাদ্য গ্ৰহণ! নিশা ৯বজাত টোপনি, সুস্থ থাকিবলৈ ৰুটিনত কি কি পৰিবৰ্তন আনিছে কৰিনা কাপুৰ খানে?

সন্ধিয়া ৬ বজাতেই নিশাৰ খাদ্য গ্ৰহণ! নিশা ৯বজাত টোপনি, সুস্থ থাকিবলৈ ৰুটিনত কি কি পৰিবৰ্তন আনিছে কৰিনা কাপুৰ খানে?

editor by editor
June 3, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সন্ধিয়া ৬ বজাতেই নিশাৰ খাদ্য গ্ৰহণ! নিশা ৯বজাত টোপনি, সুস্থ থাকিবলৈ ৰুটিনত কি কি পৰিবৰ্তন আনিছে কৰিনা কাপুৰ খানে?
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁৰ বয়স এতিয়া ৪৪ বছৰ৷ দুই সন্তানৰ মাতৃ হৈয়ো এতিয়াও অটুত আছে কৰিনা কাপূৰ খানৰ গ্লেমাৰ৷ ফিট থাকিবলৈ আৰু সৌন্দৰ্য ধৰি ৰাখিবলৈ যথেষ্ট পৰিশ্ৰম কৰে অভিনেত্ৰীগৰাকীয়ে৷ সম্প্ৰতি নিজৰ প্ৰতিদিনৰ ৰুটিন আৰু জীৱনযাত্ৰাত কিছু পৰিবৰ্তনো আনিছে কৰিনাই৷

দৈনিক ৰুটিন

সম্প্ৰতি এক সাক্ষাৎকাৰত কৰিনাই জনাইছে যে তেওঁ সূৰ্যোদয়ৰ পূৰ্বে টোপনিৰ পৰা উঠে৷ তাৰপাছতেই শৰীৰচৰ্চাৰ মাধ্যমেৰে দিনটো আৰম্ভ কৰে৷ অন্যহাতে সন্ধিয়া ৬ বজাত তেওঁ নিশাৰ খাদ্য গ্ৰহণ কৰে৷ কৰিনাই কয়, ‘নিশা ৯.৩০ত শুই পৰো৷’ তেওঁ নিজকে বলীউডৰ পাৰ্টিসমূহৰ পৰাও দূৰৈত ৰখাৰ চেষ্টা কৰিছে বুলিও জনায়৷

শৰীৰচৰ্চা

কৰিনাই সামাজিকমাধ্যমৰ পৃষ্ঠাত তেওঁৰ শৰীৰচৰ্চা কৰা ফটো শ্বেয়াৰ কৰিছে৷ অভিনেত্ৰীগৰাকীৰ ঘৰলৈকে প্ৰশিক্ষক আহে৷ কাৰ্ডিয়োৰ ওপৰিও তেওঁ বিভিন্ন ধৰণৰ ৱেইট ট্ৰেনিং আৰু ষ্ট্ৰেন্থ ট্ৰেনিং কৰে৷ কৰিনাই কয়, ‘শৰীৰচৰ্চা নকৰিলে মোৰ মুড বেয়া হৈ যায়৷ কৰনাৰ সময়ৰ পৰাই নিজক সুস্থ ৰাখিবলৈ শৰীৰচৰ্চাত গুৰুত্ব আৰোপ কৰিছো৷ মোৰ জীৱনৰ ধাৰক হৈছে শৰীৰচৰ্চা৷’

চিকিৎসা বিজ্ঞানে কি কয়?

নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ তথ্য অনুসৰি নিশা দেৰিকৈ খাদ্য খালে পেটৰ সমস্যা হব পাৰে৷ অন্যহাতে পুৱা সোনকালে আৰু নিশাও সোনকালে খাদ্যগ্ৰহণ কৰিলে দেহৰ মেটাবলিজম ভালে থাকে৷ সময়ৰ সৈতে এই অভ্যাসে ৰক্ত শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বাণিজ্য

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

May 19, 2026
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
জীৱনশৈলী

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

May 19, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

May 19, 2026
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?
জীৱনশৈলী

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

May 18, 2026
Next Post
আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি

ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন