• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি

আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি

1 year ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

37 minutes ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

3 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

3 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

4 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

5 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

8 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি

editor by editor
June 3, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি

আজি ৩ জুন মঙলবাৰে খেলপথাৰত সমুখসমৰত বাংগালুৰু বনাম পাঞ্জাৱ। কোনে মাৰিব শেষ হাঁহি ১৮ বছৰীয়া সপোন পুহি ৰখা বিৰাট কোহলী নে কোনোদিনে বিতৰ্কৰ মাজত প্ৰৱেশ নকৰা প্ৰীতি জিন্টা। ১৮ বছৰ ধৰি আৰ চি বিৰ হৈ খেলা বিৰাটৰ হয়টো এয়া শেষ আই পি এল।

যাৰ বাবে আৰ চি বিৰ অনুৰাগী সকল অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰথমটো আই পি এল পদকৰ বাবে। আনহাতে প্ৰীতি জিণ্টাৰো আশা পদক জয় কৰিব শ্ৰেয়াছে।

সামাজিক মাধ্যমতো ভাইৰেল হৈছে এখন বিশেষ ফটো। বলীউডৰ বীৰ-জাৰা খ্যাত শ্বাহৰুখ আৰু প্ৰীতি জিণ্টাৰ। শ্ৰেয়াছে এবাৰ বীৰ অৰ্থাৎ শ্বাহৰুখৰ বাবে কলকাতাৰ হৈ পদক জয় কৰিছে , এইবাৰ জাৰা অৰ্থাৎ প্ৰীতি জিণ্টাৰ বাবে পাঞ্জাৱৰ বাবে পদক জয় কৰাৰ পাল।

যাৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে আই পি এল অনুৰাগী সকলে। এইবাৰ আই পি এলে পাব নতুন চেম্পিয়ন। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’ব সেই মহাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 18th Session FinaliplIPL 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
Next Post
ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.