• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

1 year ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

45 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

3 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

14 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

14 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

14 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

15 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

15 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

editor by editor
June 3, 2025
in জীৱনশৈলী, বিনোদন, বিশ্ব
0
কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী
0
SHARES
904
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

ভাৰতত পুনৰবাৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ক’ৰ’নাত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা ৪০২৬ জন।

ইফালে ছ’চিয়েল মিডিয়াত পুনৰ এটা নাম ভাইৰেল হৈছে, সেয়া হৈছে বাবা ভেংগা। ১৯৯৯ চনত প্ৰকাশিত বুলগেৰিয়াৰ ভৱিষ্যদ্বাণী বাবা ভেংগাৰ গ্ৰন্থ দ্য ফিউচাৰ এজ আই ছি ইটে পুনৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ কিতাপখনত উল্লেখ কৰিছে যে ২০২০ চনত এটা অজ্ঞাত ভাইৰাছ আহিব, যিটো এপ্ৰিল মাহত শিখৰত উপনীত হ’ব আৰু তাৰ পিছত ১০ বছৰৰ পিছত ঘূৰি আহিব। তেওঁ আৰু ভৱিষ্যদ্বাণী কৰিছিল যে ই অধিক ধ্বংসলীলাৰ সৈতে ঘূৰি আহিব।

যাৰ বাবেই এতিয়া শংকা প্ৰকাশ কৰিছে যে, সেই ভৱিষ্যতবাণী ৫ বছৰৰ পাছতে সঁচা হোৱাৰ দিশত নেকি! কাৰণ পুনৰ এবাৰ কৰণাই টোকৰ মাৰিছে বিশ্বত। যি অতি দ্ৰুত গতিত বিয়পি পৰিছে বিশ্বত।

বুলগেৰিয়াৰ এই ৰহস্যময়ী মহিলা বাব ভেংগাই বহু পৰিঘটনাৰ আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিছিল, যি বোৰ পিছলৈ সঁচা হৈছিল । ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি চেৰ্নোবিল দুৰ্ঘটনালৈকে, ইউৰোপীয় ইউনিয়নৰ পৰা ব্ৰিটেইনৰ প্ৰস্থান আৰু আনকি নিজৰ মৃত্যুৰ তাৰিখলৈকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba BhangaFuture Taller
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
Next Post
কাইলৈ ৪ জুনৰ পৰা টকা, প্ৰগতি আৰু সুখে ৫ ৰাশিৰ জীৱনৰ দুৱাৰত টোকৰ মাৰিব

কাইলৈ ৪ জুনৰ পৰা টকা, প্ৰগতি আৰু সুখে ৫ ৰাশিৰ জীৱনৰ দুৱাৰত টোকৰ মাৰিব

মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.