• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 minutes ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

5 seconds ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

1 hour ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

2 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

3 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

4 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

5 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

6 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

6 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

চোৰৰ নতুন নতুন কৌশল

editor by editor
October 12, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
0
SHARES
34
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেলেংগানাত সংঘটিত হৈছে এক অদ্ভুত চুৰিকাণ্ড। এখন এম্বুলেন্সত আহি SBIৰ এটা ATMৰ পৰা নগদ ধন চুৰি কৰি লৈ যায় এটা চোৰৰ দলে। চোৰকেইটাই নাইটি পিন্ধি ATMত প্ৰৱেশ কৰাৰ লগতে গেছ কাটাৰৰ সহায়ত মেচিনটো কাটি নগদ ধন লৈ পলায়ন কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। চুৰিকাণ্ডৰ CCTV ফুটেজো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, দেওবাৰে পুৱতি নিশা ৰাজ্যখনৰ কামাৰেড্ডী জিলাৰ গান্ধৰী মণ্ডল কেন্দ্ৰত এই চুৰিকাণ্ড সংঘটিত হয়। কামাৰেড্ডী-বনশ্বৰা মূল পথৰ কাষত থকা এছ বি আইৰ এটিএমটোত পুৱা প্ৰায় ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত চোৰৰ দলটোৱে অভিযান চলায়।

প্ৰাথমিক তথ্য অনুসৰি, এখন এম্বুলেন্সত আহি ATMটোৰ সন্মুখত উপস্থিত হয় চোৰকেইটা। ইয়াৰে কেইবাজনেও নাইটি বা নাইটগাউন পিন্ধি ATMটোৰ ভিতৰত প্ৰৱেশ কৰে। প্ৰথমে তেওঁলোকে মেচিনটোত ৰাসায়নিক পদাৰ্থ ছটিয়ায়। তাৰ পিছত গেছ কাটাৰৰ সহায়ত ATMটো কাটি ভিতৰত থকা নগদ ধন উলিয়াই লৈ যায়। চুৰিকাণ্ড সংঘটিত কৰি চোৰৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখনতে পলায়ন কৰে। এই সমগ্ৰ ঘটনাৰ দৃশ্য ATMৰ CCTV কেমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে।

পিছদিনা পুৱা স্থানীয় লোকসকলে ATMটো ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে কথা পতাৰ লগতে ঘটনাস্থলীৰ পৰা বিভিন্ন প্ৰমাণ সংগ্ৰহ কৰে। ইয়াৰ উপৰি ATMৰ ভিতৰত থকা CCTV ফুটেজ পৰীক্ষা কৰি অভিযুক্তসকলক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

এই চুৰিকাণ্ডত ATMৰ পৰা কিমান নগদ ধন চুৰি হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বেংকৰ বিষয়াসকলে ATMৰ ৰেকৰ্ড পৰীক্ষা কৰি চুৰিৰ সময়ত মেচিনটোত কিমান টকা জমা আছিল, তাৰ হিচাপ উলিওৱাৰ চেষ্টা চলাইছে। আনহাতে, চুৰিকাণ্ডত ব্যৱহাৰ কৰা বাহনখন প্ৰকৃত এম্বুলেন্স আছিল নে আৰক্ষীৰ চকুত ধূলি দি সহজে ৰাজপথত চলাচল কৰাৰ উদ্দেশ্যে এম্বুলেন্সৰ ৰূপ দিয়া আন এখন বাহন আছিল, সেই বিষয়টোও তদন্ত কৰি আছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24atm thief
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.