• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

1 year ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

7 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

52 minutes ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

3 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

14 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

editor by editor
June 3, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত শিহৰণকাৰী ঘটনা, ৫২ যাত্ৰী ভৰ্তি বাছ বাগৰিল পুখুৰীত

ৰাজ্যত সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা। ৫২ যাত্ৰী ভৰ্তি এখন বাছ বাগৰি পৰে পথৰ কাষৰ এটা পুখুৰীত। এই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হৈছে কলগাছিয়াৰ হালধীয়াত।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা পুখুৰীত বাগৰি পৰে যাত্ৰীবাহী বাছ খন । AS01C C8189 নম্বৰৰ যাত্ৰীবাহী বাছখনে যাত্ৰী লৈ বৰপেটা ৰোডৰ পৰা কলগাছিয়া অভিমুখে যাত্ৰা কৰি আছিল।

কিন্তু বাছ খনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাটৰ কাষৰ পুখুৰীত বাগৰি পৰে। লগে লগে হুৱাদুৱা লাগি যায় সকলো ফালে। প্ৰত্যক্ষদৰ্শী লোকে লগে লগে বাছৰ যাত্ৰীক উদ্ধাৰৰ বাবে পুখুৰীত জপিয়াই পৰাৰ লগতে আৰক্ষীকো খবৰ কৰে।

খবৰ লাভ কৰাৰ কিছু সময়ৰ ভিতৰতেই ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত যাত্ৰী সকলক উদ্ধাৰ কৰি কলগাছিয়া অসামৰিক চিকিৎসালত ভৰ্তি কৰে। কেইবাগৰাকীৰো অৱস্থা কিছু সংকটজনক।

বাছখনত প্ৰায় ৫২ গৰাকীমান যাত্ৰী আছিল । এতিয়ালৈ কোনো যাত্ৰী মৃত্যুমুখত পৰা নাই যদিও এগৰাকী কণমানিক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bus accidentkalgasiaroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
Next Post
কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী

কাইলৈ ৪ জুনৰ পৰা টকা, প্ৰগতি আৰু সুখে ৫ ৰাশিৰ জীৱনৰ দুৱাৰত টোকৰ মাৰিব

কাইলৈ ৪ জুনৰ পৰা টকা, প্ৰগতি আৰু সুখে ৫ ৰাশিৰ জীৱনৰ দুৱাৰত টোকৰ মাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.