• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

2 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

2 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

2 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

3 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

3 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

4 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

4 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

6 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

7 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

8 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

editor by editor
November 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি
0
SHARES
754
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দল নিউজিলেণ্ডৰ বিৰুদ্ধে নিৰ্লজ্জ পৰাজয়ৰ পাছতে এইবাৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা ভাৰতীয় দলৰ। ৮ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হব ভাৰত-নিউডিলেণ্ডৰ মাজত টি-২০ চিৰিজ।

এই চিৰিজৰ বাবে ভাৰতীয় দলৰ অধিনায়ক তথা কেপ্টেইন সলনি কৰা হৈছে। লগতে সলনি কৰা হৈছে ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু সলনি কৰা হৈছে সম্পূৰ্ণ ফৰ্মেট। সকলো নতুন হিচাপে নামিব ভাৰতীয় দল। ই একপ্ৰকাৰৰ বিশ্ব ক্ৰিকেটৰ সমুখত সন্মান ৰক্ষাৰ বাবে নামিব ভাৰতীয় দল।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ খনীয়া চিৰিজ খেলিব ভাৰতীয় ক্ৰিকেট দলে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাওনা হোৱা ভাৰতীয় দলৰ এইবাৰৰ অধিনায়ক হিচাপে প্ৰেৰণ কৰা হৈছে সূৰ্যকুমাৰ যাদৱক।

লগতে দলটোৰ লগত নাথাকে মুখ্যপ্ৰশিক্ষক গৌতম গম্ভীৰ। নিউডিলেণ্ডৰ বিৰুদ্ধে খেলা দলটোৰ সৈতে ব্যস্ত থকা বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলৈ যোৱা দলটোৰ সৈতে থাকিব প্ৰাক্তন সুদক্ষ খেলুৱৈ ভি ভি এছ লক্ষ্মণ।

এই টি-২০ খেল আৰম্ভ হব ৮ নৱেম্বৰৰ পৰা। প্ৰথম খন খেল ৮ নৱেম্বৰৰ দিনা কিংগছমীডত খেলা হব। তাৰ পাছত দ্বিতীয়খন খেল ১০ নৱেম্বৰ তাৰিখে চেণ্ট জৰ্জ অৱেল আৰু তৃতীয় খন খেল ছুপাৰস্পোৰ্টছ পাৰ্কত আৰু চতুৰ্থখন তথা অন্তিমখন খেল ৱানডেৰৰ্চ ষ্টেডিয়ামত হব ।

টি-২০ ছিৰিজৰ বাবে ঘোষণা কৰা দুয়ো দলৰ খেলুৱৈ সকল-

ভাৰতৰ টি-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, আৰ্ষদ্বীপ সিং, বিজয়কুমাৰ , আৱেশ খান আৰু যশ দয়াল

দক্ষিণ আফ্ৰিকাৰ টি-২০ দল : আইডেন মাৰ্ক্ৰাম (অধিনায়ক), অটনেইল বাৰ্টমেন, জেৰাল্ড কোটজি, ড’নভান ফেৰেইৰা, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জেনছন, হাইনৰিখ ক্লাচেন, পেট্ৰিক ক্ৰুগাৰ, কেশ্বভ মহাৰাজ, ডেভিদ মিলাৰ, মিহালালি ম্পোংৱানা, নকাবা পিটাৰ, ৰিয়ান ৰিকেলটন, এণ্ডিলে চিমেলানে , লুথো ছিপামলা আৰু ট্ৰিষ্টান ষ্টাবছ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs South AfricaIndian Cricketsouth africa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

বিশাখা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৩ ৰাশিৰ জীৱন, কি কি হ’ব অনাগত দিনত !

বিশাখা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৩ ৰাশিৰ জীৱন, কি কি হ'ব অনাগত দিনত !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.