• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

2 years ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

42 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 hour ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

ভাষাৰে প্ৰকাশ কৰা কঠিন... অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

editor by editor
July 20, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?
0
SHARES
721
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিত শৰ্মাই এৰি যোৱা আসনত বহিছে সূৰ্যকুমাৰ যাদৱ৷ টি-২০ বিশ্বকাপ জয় কৰি ৰোহিত শৰ্মাই অধিনায়কত্ব এৰাৰ পাছতেই তেওঁৰ স্থানত কোন আহিব সেই বিষয়টোক লৈ আলোচনা অব্যাহত আছিল৷ অৱশেষত সকলোৰে উৎকণ্ঠা দূৰ কৰি বৰ্ডে ঘোষণা কৰিলে সূৰ্যৰ নাম৷ ভাৰতীয় ক্ৰিকেটত মিষ্টাৰ ৩৬০ হিচাপে পৰিচিত সূৰ্যই অধিনায়কত্ব লাভ কৰি মুখ খুলিছে৷

অধিনায়ক হোৱাৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া কি?

সম্প্ৰতি সূৰ্যকুমাৰ যাদৱে টিম ইণ্ডিয়াৰ জাৰ্ছিত তেওঁৰ ছবি শ্বেয়াৰ কৰিছে৷ ছবিৰ কেপশ্ব্যনত তেওঁ লিখিছে, ‘আপোনালোকৰ ভালপোৱা, সমৰ্থন আৰু শুভকামনাৰ বাবে অশেষ ধন্যবাদ৷ বিগত কেইবাসপ্তাহ মোৰ বাবে সঁচাকৈয়ে আশ্চৰ্যজনক আছিল৷ মই সেই কথা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো৷ এই নতুন ভূমিকাই মোৰ দায়িত্ব আৰু উৎসাহ বহু পৰিমাণে বঢ়াই দিলে৷ আশা কৰিছো আপোনালোকৰ আশীৰ্বাদ আৰু সমৰ্থন থাকিব৷ সকলো কৃতিত্ব ঈশ্বৰৰেই৷’

হাৰ্দিকৰ নামো আছিল চৰ্চাত

ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পাছতেই হাৰ্দিক পাণ্ডিয়াৰ নাম আছিল টি-২০ অধিনায়কৰ বাবে চৰ্চাত৷ কাৰণ টি-২০ বিশ্বকাপত তেওঁ আছিল সহ অধিনায়ক৷ ইয়াৰোপৰি ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছত আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত দিঘলীয়া সময়ৰ বাবে খেলৰ পৰা আঁতৰত আছিল ৰোহিত আৰু বিৰাট৷ সেই সময়ত হাৰ্দিকেই টি-২০ দলক নেতৃত্ব দিছিল৷ তেওঁৰ সেই সাফল্য আৰু অভিজ্ঞতা দেখি তেওঁকেই বহুতে অধিনায়কৰ স্থানত চাব বিচাৰিছিল৷ কিন্তু বিচিচিচিআইৰ সিদ্ধান্তই শেষ সিদ্ধান্ত৷ আশা কৰাধৰণে হাৰ্দিকে সেই আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ তাৎপৰ্যপূৰ্ণভাৱে হাৰ্দিকক সহ অধিনায়কৰ পদতো ৰখা নহল৷ সহঅধিনায়কৰ পদ দিয়া হ’ল শুভমন গীলক৷

২৭ জুলাইৰ পৰা আৰম্ভ হ’ব টি-২০ চিৰিজ

২২ জুলাই শ্ৰীলংকাৰ উদ্দেশ্যে ৰাওনা হ’ব ভাৰতীয় দল৷ টি-২০ চিৰিজৰ প্ৰথম মেচ অনুষ্ঠিত হ’ব ২৭ জুলাইত৷ শেষ মেচ হ’ব ৩০ জুলাইত৷ সেই চিৰিজত টিম ইণ্ডিয়াত একাধিক নতুন সংযোজন ঘটিব৷ যেনেকৈ নতুন কোচিং, ষ্টাফ, নতুন অধিনায়ক আৰু টি-২০ ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ অনুপস্থিতিত কোনে তেওঁলোকৰ স্থান ল’ব সেয়াও লক্ষ্যণীয় হ’ব এই চিৰিজত৷ ৰবীন্দ্ৰ জাদেজা এইবাৰ শ্ৰীলংকা চিৰিজত নাই৷ অডিআইৰ পৰা তেওঁক বাদ দিয়াৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই৷ ফলত জাদেজাৰ স্থানত কোন আহিব সেয়াও আলোচনাৰ বিষয় হৈ পৰিছে ক্ৰিকেটপ্ৰেমীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
Next Post
মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

আগষ্ট মাহ মেষৰ বাবেই... ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.