• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

4 months ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

16 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

48 minutes ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

2 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

4 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

4 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

5 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

6 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

6 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

7 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

editor by editor
January 15, 2026
in জীৱনশৈলী
0
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰেই এটা অংশ হৈছে স্বপ্নশাস্ত্ৰ৷ স্বপ্নশাস্ত্ৰই জনাইছে যে আমি যি সপোন দেখো তাৰ কিবা নহয় কিবা অৰ্থ থাকে৷ ভৱিষ্যতে আমাৰ সৈতে কি ঘটিব সেই বিষয়েও ইংগিত পোৱা যায় সপোনত৷ কোনো সপোনে শুভ আৰু কোনো সপোনে অশুভ ঘটনাৰ ইংগিত বহন কৰে৷ মহাশিৱৰাত্ৰিৰ পূৰ্বে কি কি সপোন দেখাটো অত্যন্ত শুভ? এই সপোনসমূহেৰে স্বয়ং মহাদেৱে কিছু সংকেত পঠিয়াই৷

আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ প্ৰতিমাহেই এটাকৈ শিৱৰাত্ৰি পালিত হয়৷ কিন্তু মহাশিৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে৷ শাস্ত্ৰ অনুসৰি এই দিনটোত শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল৷ জানি থওক মহাশিৱৰাত্ৰিৰ পূৰ্বে কি কি সপোন দেখা অত্যন্ত শুভ?

শিৱলিংগত পানী ঢলা

আপুনি সপোনত নিজকে শিৱলিংগত পানী ঢলা দেখিছে৷ মহাশিৱৰাত্ৰিৰ পূৰ্বে এই সপোন দেখাৰ অৰ্থ মহাদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷ এই সপোন দেখিলে বুজিব, আপোনাৰ ভক্তিত তুষ্ট হৈছে দেৱাদিদেব৷ এই সপোনে জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনে৷

কলা শিৱলিংগ

ক’লা শিৱলিংগ মহাদেৱৰ প্ৰতীক৷ সপোনত ক’লা শিৱলিংগ দেখাটোৱে পেছাগত জীৱনে উন্নতি আৰু সাফল্যৰ সংকেত দিয়ে৷ এই সপোন দেখিলে সামাজিক প্ৰতিপত্তি বাঢ়ে আৰু সাফল্যৰ চিৰি খৰতকীয়াকৈ বগাব পাৰে৷

বেলপাত

বেলপাত মহাদেৱৰ অত্যন্ত প্ৰিয়৷ সেয়ে শিৱপূজাৰ বেলপাত দিয়েই হয়৷ মহাশিৱৰাত্ৰিৰ পূৰ্বে যদি বেলপাত বা বেলগছৰ সপোন দেখে তেন্তে বুজিব আপোনাৰ আৰ্থিক জীৱনত উল্লেখযোগ্য উন্নতি কৰিব৷ ৰৈ থকা অৰ্থপ্ৰাপ্তি বা দৰিদ্ৰৰ হাতৰ পৰা মুক্তি পোৱাৰ সংকেত দিয়ে এই সপোনে৷

নন্দী

মহাদেৱৰ বাহন হৈছে নন্দী৷ মহাশিৱৰাত্ৰীৰ পূৰ্বে এই ষাঁড়ক সপোনত দেখা শুভ৷ ইয়াৰ ফলত আপোনাৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হব৷ নন্দী শক্তি আৰু পৰিশ্ৰমৰ প্ৰতীক৷ নন্দীৰ সপোনে জীৱনলৈ স্থিতিশীলতা আৰু সাফল্য আনিব৷

ৰুদ্ৰাক্ষ

মহাদেৱৰ চকুৰ পানীৰে ৰুদ্ৰাক্ষৰ সৃষ্টি৷ নিগেটিভ এনাৰ্জি দূৰ কৰাৰ বাবে ৰুদ্ৰাক্ষৰ বিশেষ ভূমিকা আছে৷ মহাশিৱৰাত্ৰিৰ পূৰ্বে ৰুদ্ৰাক্ষৰ সপোনে আপোনাৰ সকলো অসুখ-বিসুখৰ পৰা মুক্তিৰ ইংগিত দিয়ে৷

শিৱ মন্দিৰ

মহাশিৱৰাত্ৰিৰ পূৰ্বে সপোনত শিৱ মন্দিৰ দেখা পালে বুজিব যে খুবেই ভাল কিছু ঘটিবলৈ গৈ আছে আপোনাৰ সৈতে৷ শিৱ মন্দিৰৰ সপোনে সুখ আৰু সমৃদ্ধিৰ ইংগিত দিয়ে৷ ইয়াৰ অৰ্থ আপুনি জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ গৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.