ধুবুৰীত পুনৰ অবৈধ বালি খনন। নিতৌ লাখ লাখ টকাৰ ৰাজহ ফাঁকি। একেখন চালানৰে ১০-১২ গাড়ী মাটি-বালি। খননৰ ফলত একাংশৰ বাসগৃহ খহি পৰো পৰো। ছিণ্ডিকেটৰ আঁৰত কোন?