• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

3 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

21 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

23 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

editor by editor
October 23, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে হোৱা হাইভল্টেজ খেলত জয়লাভ কৰিলে ভাৰতে। টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই বিৰাট বাহিনীয়ে দেখুৱালে পাৰদৰ্শিতা। বিৰাটে ফৰ্ম ঘূৰাই পোৱা বুলি সমগ্ৰতে চৰ্চা চলাৰ সময়তে, খেলৰ শেষত চকুলো মোহাৰিছে বিৰাট কোহলীয়ে।

বিগত টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ধৰাশায়ী হৈছিল বিৰাট বাহিনী। ২০২১ বৰ্ষত অনুষ্ঠিত খেলতো ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্বত আছিল বিৰাট কোহলী। এইবাৰ অধিনায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মাই। ৰোহিতৰ অধিনায়কত্বতেই যেন পূৰ্বৰ ফৰ্ম ঘূৰাই পালে বিৰাটে। ১৯ অভাৰত হেৰিছ ৰউফৰ শেষৰ দুটা বলত বিৰাটে মৰা দুটা ছিক্সেই সলাই দিলে খেল।

বিৰাটে খেলৰ অন্তত দিয়া মন্তব্যত খেল সন্দৰ্ভত কয়, ‘২০১৬ চনৰ টি-২০ বিশ্বকাপত মহালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত মই ৫২ টা বলত ৮২ ৰাণ কৰিছিলো, সেয়া মোৰ বাবে সৰ্বশ্ৰেষ্ঠ খেল। আজিও মই ৫৩ টা বলত ৮২ ৰাণ কৰিছো। সেইখন যেনেকৈ শ্বাসৰূদ্ধকৰ খেল আছিল আজিৰখনো মোৰ বাবে অতিকৈ স্পেচিয়েল।’

ইপিনে খেলৰ অন্তত, ‘মেন অৱ দ্য মেচ’ বঁটা গ্ৰহণ কৰিবলৈ অহাৰ সময়ত বিৰাটে আৱেগিক হৈ কয়, ‘মই ভাষা হেৰুৱাইছো। কি কওঁ ভাৱি পোৱা নাই।’ আনহাতে মেলবৰ্ণত ভাৰতীয় দলটোৰ অনুৰাগীসকলে বিৰাটক উদ্দেশ্যি চিঞৰী থকাৰ প্ৰত্যুত্তৰত বিৰাটে কয়,’মোৰ সঁচাকৈয়ে ক’বলৈ একো নাই। মই নাজানো কি হৈ আছে। হাৰ্ডিকে মোক বাৰে বাৰে কৈ আছিল যে আমি কৰিব পাৰিম, আমি জিকিম। মই একো ক’ব পৰা নাছিলো। এয়া সঁচাকৈয়ে অস্বাভাৱিক পৰিস্থিতি। মই মাথো এটাই ভাবিছিলো, পাকিস্তানৰ খেলুৱৈ চাপত থাকিব। শেষ অভাৰত সেয়ে ১৬ ৰাণৰ লক্ষ্য মনতে বান্ধিছিলো। মই নিজকে পাৰ্যমানে শান্ত ৰাখিবলৈ চেষ্টা কৰি আছিলো। মই বহু মাহ ধৰি ৰাণ ল’ব পৰা নাছিলো যদিও সমৰ্থকে মোক লৈ কৰা আশাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

বিধায়ক ৰফিকুল ইছলামে ক’লে, ‘মিঞা মিউজিয়াম দেখিয়েই মই নষ্টালজিক হৈ পৰিছো’

বিধায়ক ৰফিকুল ইছলামে ক’লে, 'মিঞা মিউজিয়াম দেখিয়েই মই নষ্টালজিক হৈ পৰিছো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.