• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

1 year ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

15 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

16 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

17 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

18 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

20 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

21 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

editor by editor
December 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

বিশ্ববিখ্যাত তবলা বাদক আৰু সুৰকাৰ ওস্তাদ জাকিৰ হুছেইনে পৰিয়াল তথা সকলো অনুৰাগীকে শোক সাগৰত ডুবাই চিৰ বিদায় মাগে। কালি ২০২৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখ দেওবাৰে আমেৰিকাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৭৩ বৰ্ষীয় শিল্পীগৰাকীয়ে।

কালি হৃদযন্ত্ৰ সম্পৰ্কীয় গুৰুতৰ স্বাস্থ্য সমস্যাৰ বাবে জাকিৰ হুছেইনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিংবদন্তী সংগীতজ্ঞজনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু নিশালৈ মৃত্যু ঘটে তেখেতৰ।

নিজে সমগ্ৰ বিশ্বতে তবলাৰে জিলিকি উঠা জাকিৰ হুছেইনৰ পত্নীয়ো এগৰাকী অন্যতম শিল্পী। হুছেইনে কথক নৃত্যশিল্পী এণ্টোনিয়া মিনেকোলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এণ্টোনিয়া গুছেইনৰ মেনেজাৰো আছিল। দুয়োজনে ১৯৭৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুয়োৰে আনিছা কুৰেছি আৰু ইছাবেলা কুৰেছি নামৰ দুগৰাকী কন্যা সন্তানো আছে।

স্বামী জাকিৰ হুছেইনৰ পত্নী এণ্টোনিয়াও দেশ-বিদেশত নিজৰ নৃত্য প্ৰতিভাৰে জিলিকি আছে। কেৱল দেশতেই নহয় সমগ্ৰ বিশ্বৰে বহু ঠাইত নৃত্য প্ৰদৰ্শন কৰিছে এণ্টোনিয়াই। এণ্টোনিয়া যদিও ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কিন্তু তেখেত জন্মসূত্ৰে ভাৰতীয় নাছিল। তেখেত ইটালিয়ান-আমেৰিকান নাগৰিক। কিন্তু ভাৰততে নৃত্য শিকি ভাৰতৰে জাকিৰ হুছেইনৰ লগত বিবাহ পাশত আৱদ্ধ হৈ ভাৰতীয় হৈ পৰে। বৰ্তমানে তেখেত এগৰাকী নৃত্য শিক্ষয়ত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Antonia MinnecolaAntonia Minnecola wife of Zakir HussainTabala MestroZakir Hussain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
৯০ বছৰৰ মূৰত বিস্তৰ ক্ষতি, চিডো ঘূৰ্ণীবতাহৰ তাণ্ডৱ- প্ৰাণ হেৰুৱালে হাজাৰৰো অধিক লোকে

বুধ মাৰ্গী হোৱাৰ ফলত কেৰিয়াৰ আৰু ব্যৱসায়ত অপৰিসীম সফলতা লাভ কৰিব ৫ ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন