তালিবানৰ গুলী নচলে হিন্দুৰ ওপৰত। শিখ সম্প্ৰদায়কো অভয়বাণী। ৰাজহুৱা ঘোষণা তালিবানী শাসকৰ। দুহেজাৰ ভাৰতীয় আবদ্ধ কাবুলত।