• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

1 year ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

19 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

1 hour ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

3 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

5 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

editor by editor
July 9, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

বৰ্তমান ইংলেণ্ডত ৫ খনীয়া টেষ্ট শৃংখলা খেলি আছে ভাৰতীয় ক্ৰিকেট দলে। বৰ্তমানলৈ ১-১ সমতাত আছে ভাৰত-ইংলেণ্ড দুয়ো দল। পাছে অৱসৰ লোৱাৰ বাবে এই ছিৰিজত নাই ৰোহিত-বিৰাট যুটি। এই শৃংখলাৰ আগে আগে দুয়োগৰাকী খেলুৱৈয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলো অনুৰাগীক হতাশ কৰিছিল।

তেতিয়াৰ পৰা অনুৰাগীসকলে প্ৰিয় তাৰকা কেলুৱৈদ্বয়ক খেলপথাৰত চাবৰ বাবে অপেক্ষা কৰি আছে। এতিয়া অনুৰাগীৰ অপেক্ষা অতি সোনকালে শেষ হোৱাৰ পথত।

জানিব পৰা অনুসৰি বিচিচিআই আৰু শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা সন্দৰ্ভত আলোচনা পূৰ্ণগতিত চলি আছে। এই ধাৰাবাহিকখন আগষ্ট মাহত দুয়োটা দলৰ মাজত আয়োজিত হোৱাৰ সম্ভৱনা। য’ত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক খেলা দেখা যাব।

উল্লেখ্য যে, আগষ্ট মাহত বাংলাদেশৰ সৈতে ভাৰতৰ ৩খনীয়া এদিনীয়া আৰু টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল, পাছে সেয়া এতিয়া ২০২৬ চনৰ আগষ্টলৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ কাৰণ বাংলাদেশত চলি থকা ৰাজনৈতিক উত্তেজনা বুলি অনুমান কৰা হৈছে।

আনহাতে, শ্ৰীলংকা প্ৰিমিয়াৰ লীগো পিছুৱাই দিয়া হৈছে। যাৰ বাবে এতিয়া আগষ্ট মাহত দুয়ো দেশৰ অন্য খেল নথকাত শ্ৰীলংকা আৰু ভাৰতৰ ক্ৰিকেট ব’ৰ্ডত এই সন্দৰ্ভত অহৰহ চৰ্চা চলি আছে।

উল্লেখ্য যে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক শেষবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ হৈ খেলা দেখা গৈছিল। দুয়োগৰাকী খেলুৱৈৰ উপস্থিতিত টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰে। দুয়োগৰাকী খেলুৱৈয়ে বিশ্বকাপৰ খিতাপ দখল কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া দুয়োগৰাকীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচ খেলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Cricketrohit sarmavirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
গুৰু-শুক্ৰই কাষলৈ আহি গঠন কৰিব গজলক্ষ্মী ৰাজযোগ, উন্নতিৰ শিখৰত উঠিব এই ৪ৰাশি

গুৰু-শুক্ৰই কাষলৈ আহি গঠন কৰিব গজলক্ষ্মী ৰাজযোগ, উন্নতিৰ শিখৰত উঠিব এই ৪ৰাশি

গুৰু পূৰ্ণিমাত ভয়ংকৰ শক্তিশালী হৈ উঠিছে বৃহস্পতি, ৩ ৰাশিৰ আছে কোটিপতি হোৱাৰ যোগ

গুৰু পূৰ্ণিমাত ভয়ংকৰ শক্তিশালী হৈ উঠিছে বৃহস্পতি, ৩ ৰাশিৰ আছে কোটিপতি হোৱাৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.