• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

5 months ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

36 minutes ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

1 hour ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

2 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

editor by editor
September 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট টিমৰ নতুন জাৰ্ছি স্পনছৰ হৈছে এপল টায়াৰ্ছ, Dream11 ৰ সলনি এইবাৰ জাৰ্ছিত লিখা থাকিব Apollo Tyres ৰ লগ’৷ মঙলবাৰে এই বিষয়ে অফিচিয়েল ঘোষণা কৰিলে বি চি চি আইয়ে৷ আগন্তুক ২০২৭ চন পৰ্যন্ত টিম ইণ্ডিয়াৰ জাৰ্ছি স্পনছৰ থাকিব টায়াৰ নিৰ্মাতা সংস্থা৷

কিয় বাদ দিয়া হ’ল Dream11 ক?

দেশত একাধিক বেটিং এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ প্ৰকৃততে ধন দি অনলাইন গেম খেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়৷ তাৰপিছতেই Dream11 ৰ সৈতে বৰ্ডৰ চুক্তি বাতিল হৈ যায়৷ দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াক জাৰ্ছি স্পনছৰ আছিল এই অনলাইন বেটিং প্লেটফৰ্ম৷

বৰ্তমান এছিয়া কাপত ইণ্ডিয়ান খেলুৱৈৰ টীমত কোনো জাৰ্ছি স্পনছৰ নাই৷ ছোৱালীৰ টিমেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনি মেচৰ ছিৰিজত কোনো স্পনছৰ অবিহনেই খেলিব৷

কিমান টকাৰ চুক্তি?

জনা গৈছে নতুন টেণ্ডাৰত Apollo Tyres য়ে মেচে প্ৰতি ৪.৫ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ ইয়াৰ পূৰ্বে Dream11 মেচৰ বিপৰীতে দিছিল ৪ কোটি টকা৷ অৰ্থাৎ এই নতুন চুক্তিত আয় বাঢ়িছে বৰ্ডৰ৷

উল্লেখ্য যে বিগত ২ ছেপ্টেম্বৰত নতুন জাৰ্ছি স্পনছৰৰ বাবে টেণ্ডাৰ দিছিল বিচিচিআইয়ে৷ তাতেই গেমিং, বেটিং, ক্ৰিপ্টো আৰু তামাক কোম্পানীয়ে এই বিডিঙত অংশ ল’ব নোৱাৰিব বুলি আৰম্ভণিতেই জনাই দিছিল৷ বিজ্ঞাপন জগতৰ বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তত দুই পক্ষৰেই লাভ৷ টকাৰ অংক ডাঙৰ হলেও টিম ইণ্ডিয়াৰ জাক্ছিত থকাৰ পৰা ডাঙৰ ব্ৰেণ্ডিং হয়৷ ফলত আগন্তুক দিনত Apollo Tyres আন্তৰ্জাতিক মঞ্চত প্ৰচাৰৰ সুযোগ পাব৷ অন্যহাতে টিম ইণ্ডিয়াইয়ো পূৰ্বৰ তুলনাত মেচে প্ৰতি আৰু ৫০ লাখ টকাতকৈ বেছি স্পনচৰশ্বিপ পাব৷

২০২৭ পৰ্যন্ত চুক্তি

চুক্তি অনুসৰি ২০২৭ চন পৰ্যন্ত টিম ইণ্ডিয়াৰ অফিচিয়েল জাৰ্ছি স্পনছৰ থাকিব Apollo Tyres। ফলত আসন্ন সকলো টুৰ্নামেণ্টত এই ব্ৰেণ্ডকেই সংগী হিচাপে দেখা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
Next Post
বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.