• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

9 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

2 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

6 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

সকাহ পাব নে বিপদহে বাঢ়িব Telegramৰ?

editor by editor
June 19, 2026
in অপৰাধ, প্ৰযুক্তি, বিবিধ, ভাৰত
0
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰতত ২২ জুনলৈ Telegramৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তক Telegram কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। ইতিমধ্যে এই নিষেধাজ্ঞাৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ শুনানি বৃহস্পতিবাৰে সম্পন্ন হয়। ন্যায়াধীশ তেজস্ব কৰিয়াই পুনৰ অনুষ্ঠিত হ’বলগীয়া NEET-UG পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপৰ ব্যৱহাৰ সীমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে টেলিগ্ৰাম কৰ্তৃপক্ষই দাখিল কৰা আবেদনখনৰ শুনানি গ্ৰহণ কৰে। দুয়োপক্ষৰ যুক্তিৰ পিছতে ন্যায়াধীশগৰাকীয়ে নিজৰ ৰায় সংৰক্ষিত ৰাখে। উক্ত গোচৰৰ আজি ৰায়দানৰ সম্ভাৱনা আছে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত যুক্তি দি কয় যে-পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতা, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা অটুট ৰাখিবলৈ এই অস্থায়ী নিষেধাজ্ঞা অতি প্ৰয়োজনীয় আছিল। চৰকাৰৰ মতে, টেলিগ্ৰামৰ জৰিয়তে NEET পৰীক্ষাত নকল, প্ৰশ্নকাকত ফাদিল আৰু অবৈধ নেটৱৰ্ক পৰিচালনা কৰা হৈছিল, সেয়েহে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক আছিল।

আদালতত চৰকাৰী অধিবক্তা তুষাৰ মেহতাৰ যুক্তি

কেন্দ্ৰীয় চৰকাৰে ২১ জুনত পুনৰ অনুষ্ঠিত কৰিবলগীয়া NEET পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰামৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত যুক্তি দি কয় যে-এই মেছেজিং এপটোৱে Bot Infrastructure সুবিধা প্ৰদান কৰে, যাৰ জৰিয়তে বৃহৎ পৰিসৰত তথ্য প্ৰচাৰ কৰিব পৰা যায়। চৰকাৰী পক্ষৰ অধিবক্তাই লগতে যুক্তি দি কয় যে-bot হৈছে স্বয়ংক্ৰিয় ব্যৱস্থা। বিভিন্ন প্ৰতিবেদন অনুসৰি, এই bot ব্যৱস্থাৰ জৰিয়তে টেলিগ্ৰামে এনে এক পৰিকাঠামো প্ৰদান কৰে যাৰ জৰিয়তে বৃহৎ পৰিসৰত তথ্য প্ৰচাৰ কৰা সম্ভৱ হৈ পৰে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি চৰকাৰী তুষাৰ মেহেতাই লগতে এইটো যুক্তিও দিয়ে যে-অন্য কোনো প্লেটফৰ্মৰ সৈতে চৰকাৰৰ এনে সমস্যা নাই। টেলিগ্ৰাম ‘ক্লাউড’ প্ৰযুক্তিৰ জৰিয়তে চলি থাকে। যদি ইয়াক ব্লকো কৰা হয় আৰু কোনো অনিয়ম সংঘটিত হয়, তেন্তে আইন-শৃংখলাৰ লগত জড়িত সংস্থাসমূহে প্ৰকৃত ব্যৱহাৰকাৰীক সহজে চিনাক্ত কৰিব নোৱাৰে। কেৱল এয়াই নহয় কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেলগৰাকী টেলিগ্ৰামক অপৰাধীৰ ৰম্যভূমি বুলি উল্লেখ কৰি কয়-‘Telegram এতিয়া নতুন dark webত পৰিণত হৈছে আৰু ই বিপজ্জনক কাৰ্যকলাপত জড়িত লোকসকলক একেলগে সংযোগ স্থাপন কৰাৰ সুযোগ দিয়ে। অপৰাধীসকলে দ্ৰুতগতিত Telegram ব্যৱহাৰ কৰিবলৈ লৈছে। অপৰাধীয়ে Telegram চেনেলত এনে লিংক শ্বেয়াৰ কৰে যিয়ে deep webৰ জৰিয়তে dark web ফ’ৰামৰ সৈতে সংযোগ স্থাপন কৰে। ফলত অপৰাধীসকলক চিনাক্ত আৰু অনুসৰণ কৰাটো কঠিন হৈ পৰে।’

আদালতত Telegramৰ অধিবক্তা ধ্ৰুৱ মেহতাৰ যুক্তি

Telegram হৈ আদালতত জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ মেহতাই যুক্তি দৰ্শাই কয় যে-Telegramৰ বিৰুদ্ধে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া কোনো জৰুৰী পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। সমগ্ৰ প্লেটফৰ্মটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সলনি চৰকাৰে কেৱল আপত্তিজনক বিষয়বস্তু বা নিৰ্দিষ্ট পোষ্টসমূহ ব্লক কৰিব পাৰিলেহেঁতেন। চৰকাৰে এই সন্দৰ্ভত দিয়া আপত্তিজনক পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিব পাৰিলেহেঁতেন, কিন্তু সমগ্ৰ প্লেটফৰ্মৰ ওপৰত এনে অসামঞ্জস্যপূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিব নালাগিছিল।

Telegramৰ CEOৰ প্ৰতিক্ৰিয়া

ইপিনে চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত Telegramৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) পাভেল ডুৰ’ভে ছচিয়েল মিডিয়া প্লেটফৰ্ম Xত উল্লেখ কৰে এইদৰে-‘এই পদক্ষেপৰ ফলত ভাৰতত থকা ১৫ কোটিতকৈ অধিক সাধাৰণ ব্যৱহাৰকাৰী ক্ষতিগ্ৰস্ত হৈছে, কিন্তু যিসকলে NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল, তেওঁলোক টেলিগ্ৰামৰ নিষেধাজ্ঞাত ক্ষতিগ্ৰস্ত নহয়। এই নিষেধাজ্ঞাই কোনো সমস্যা সমাধান কৰা নাই। প্ৰশ্নকাকত ফাদিল হোৱা সামগ্ৰী কেৱল অন্য এপলৈহে স্থানান্তৰিত হৈছে। যোৱা কেইসপ্তাহত আমি ভাৰতত পৰীক্ষা ফাদিল হোৱা আৰু সংশ্লিষ্ট বিষয়ত শ্বেয়াৰ কৰা শতাধিক চেনেল আঁতৰাইছো। পুৰণি তাৰিখ দেখুৱাই কৰা প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ‘Edited’ চিহ্নটো অধিক স্পষ্টভাৱে প্ৰদৰ্শন কৰিছো। Telegram এটা উপযোগী প্লেটফৰ্ম। সেয়ে সাময়িকভাৱেও নিষিদ্ধ কৰাটো এটা ভুল সিদ্ধান্ত।’
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24telegram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.