• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

2 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

3 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

3 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

4 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

6 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

6 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

7 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

7 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

8 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

8 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

9 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

editor by editor
April 22, 2024
in বিশ্ব
0
ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন..

মানৱ সমাজৰ একো একোটা সভ্যতা বিভিন্ন কাৰণত নোহোৱা হৈ গৈ থাকে। কোনো যদি যুদ্ধ লাগি, কোনো বেমাৰত পৰি। কোনো সভ্যতাৰ লোক আকৌ প্ৰকৃতিৰ বাবেই নোহোৱা হৈ পৰে।

পাছে বৈজ্ঞানিকে এক এনে সভ্যতাৰ আবিষ্কাৰ কৰিছে যি পুৰাত্বত্তৰ দিশৰ ফালৰ পৰা বহু উন্নত। পাছে সেই চহৰ এটা নহয় দুটা নহয় ৫ টাকৈ ডাঙৰ ভুমিকম্পৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল।

মধ্য আমেৰিকাৰ চহৰ টেওটিহুৱাকান (Teotihuacan City) এক অন্যতম শক্তিশালী চহৰ আছিল। পাছে ভুমিকম্পত ধ্বংস হৈ পৰে সেই চহৰ। তাৰে লাখৰ ঘৰত জনতাই পাছত সেই স্থান এৰিবলৈ বাধ্য হৈ পৰে।

বৈজ্ঞানিকৰ দলে ঠাৱৰ কৰা মতে, পাঁচোটা ভুমিকম্পৰে প্ৰাৱল্য তীব্ৰতৰ আছিল, সম্ভৱত ৯ ৰিখটাৰ স্কেলৰো অধিক আছিল। যাৰ ফলতেই পতন হয় সেই সভ্যতাৰ।

৮.৫ মাইল ধৰি বিয়পি আছিল সেই সভ্যতা। য’ত ডাঙৰ ডাঙৰ ঘৰ, দেৱতা আদিৰ মুৰ্তি নিৰ্মাণ কৰা হৈছিল। ৫৫০ ই বিত ধ্বংস হৈ পৰিছিল এই চহৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CibilaisatiobnIdniateotihuacan- City
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

May 27, 2026
Next Post
বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.