• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

4 years ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

12 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

29 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

57 minutes ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

2 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

6 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

7 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

editor by editor
September 25, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘যাৰ ধন আছে তেওঁৰ সন্তানৰ সংখ্যা সৰহ হ’লেও কথা নাই। সন্তালক লালন-পালন কৰিব পৰাকৈ সামৰ্থ থাকিলে জন্ম দিয়াত বাধা থাকিব নালাগে।’ পৃথিৱীৰ আটাইতকৈ ধনৱান ব্যক্তি এলন মাস্কক এই উপদেশ দিছে তেওঁৰ পিতৃয়ে। পিতৃ এৰল মাস্কে এলনক ৩০টা সন্তান জন্ম দিবলৈ পৰামৰ্শ আগবঢ়াইছে।

টেছলাৰ মালিক এলন মাস্কৰ বয়স এতিয়া ৫১ বছৰ। ৫১ বছৰীয়া মাস্কৰ বৰ্তমানলৈ সন্তানৰ সংখ্যা ১০ টা। সম্প্ৰতি এটা সাক্ষাৎকাৰত এলনৰ পিতৃয়ে কয় যে তেওঁৰ সন্তান এলনৰ আৰু সন্তান জন্ম হোৱাটো প্ৰয়োজন। এৰলে দিয়া যুক্তি মতে পূৰ্বে ইউৰোপৰ ৰাজকুমাৰসকলে বহুকেইটা সন্তান জন্ম দিছিল। একোজন ৰাজকুমাৰৰ সন্তানৰ সংখ্যা আছিল কমেও ৩০টাকৈ। এনেদৰে জন্ম দিয়া সন্তানৰ সৰহ সংখ্যকেই অবৈধ সন্তান আছিল। তুলনামূলকভাৱে চালে এলনে আৰু ২০ টা সন্তানৰ পিতৃ হ’ব পৰা ক্ষমতা আছে। সন্তানৰ ভৰণ-পোষণৰ বাবে এলনৰ অৰ্থৰ অভাৱ নাই গতিকে অচিৰেই এলনে সন্তানৰ পৰিকল্পনা কৰিব পাৰে।

উল্লেখ্য যে এলন মাস্কৰ পিতৃ এৰল মাস্কৰ বয়স এতিয়া ৭৬ বছৰ। ৭৬ বছৰীয়া এৰল ৭টা সন্তানৰ পিতৃ। এই বয়সতো এৰলে স্নতানৰ পৰিকল্পনা কৰে। সাক্ষাৎকাৰত পিতৃগৰাকীয়ে সেই কথাও প্ৰকাশ কৰিছে। কেৱল সাক্ষাৎকাৰতেই এই ইচ্ছা প্ৰকাশ কৰিছে এনে নহয়। টুইটযোগেও এৰল মাস্কে লিখিছে, ‘মানৱ সভ্যতাৰ ডাঙৰ সমস্যাটোৱেই হৈছে জন্মৰ হাৰ কমি অহা। এই সমস্যা সমাধানৰ বাবেই সন্তান জন্ম দিবলৈ ইচ্ছুক। প্ৰয়োজন হ’লে শুক্ৰাণু দান কৰিবলৈ সাজু আছো।’

ইফালে বিগত সময়ছোৱাত এগৰাকী ৩৫ বছৰীয়া যুৱতীৰ সৈতে যৌনসম্পৰ্ক স্থাপন কৰাতেই শান্ত নাথাকি পিতৃ হোৱাৰো গৌৰৱ অৰ্জন কৰিছিল এৰল মাস্কে। দীৰ্ঘদিন ধৰি বিষয়টো লুকুৱাই ৰাখিলেও এই বৰ্ষৰে জুলাই মাহত পোহৰলৈ আহিছিল সকলো কথা। এৰলে এই সন্দৰ্ভতো মুকলিকৈ প্ৰকাশ কৰি কয়,’আমি পৃথিৱীত আহিছো কিবা এটা কৰিবৰ বাবেই। চিন্তা সদায়ে উৎপাদনমূখীয়েই হ’ব লাগে। কিন্তু সন্তান জন্ম দিলে তাৰ লালন-পালনত যাতে ত্ৰুটি নাথাকে সেই কথাত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of AssamElon Mask
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!
জীৱনশৈলী

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

April 12, 2026
Next Post
গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

জেকলিন ফাৰ্ণাণ্ডেজৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

জেকলিন ফাৰ্ণাণ্ডেজৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.