• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

1 year ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

6 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

6 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

7 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

8 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

8 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

9 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

10 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

11 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

11 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

13 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

editor by editor
October 28, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ে এৰিলে চিনেমা জগত ! অভিনয় কেৰিয়াৰৰ জনপ্ৰিয়তাৰ শীৰ্ষত উপনিত হোৱাৰ পাছতে অবিনয় জীৱনক একাষৰীয়া কৰিলে অভিনেতাগৰাকীয়ে। কিয়নো এইবাৰ জীৱনৰ দ্বিতীয়টো দিশে অগ্ৰসৰ হৈছে বিজয়। এইবাৰ ৰাজনীতিত ভৰি দিয়ে অভিনেতাগৰাকীয়ে।

ছুপাৰষ্টাৰ বিজয়ে অভিনয় এৰি এইবাৰ গঠন কৰিছে ৰাজনৈতিক দল। কিছুমাহ পূৰ্বে গঠন কৰিছে তামিলনাডু বেত্ৰী কড়গম (TBK) নামৰ এটা ৰাজনৈতিক দল। এই ৰাজনৈতিৰ দলটোৰে থালাপথী বিজয়ে এইবাৰ তামিলনাডুৰ শাসনত আলোড়ন কৰাৰ মন মেলিছে, অৱশ্যে এতিয়াও অবিনয় জগত সম্পূৰ্ণকৈ ত্যাগ কৰা নাই।

বিজয়ৰ ৰাজনীতিত প্ৰৱেশৰ খবৰ অহাৰ লগে লগে বিজয়ে চলচ্চিত্ৰ জগত এৰি ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ কথাও আৰম্ভ হৈছে। এতিয়া প্ৰথমবাৰৰ বাবে বিজয়ে এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰি অনুৰাগীৰ সৈতে কথা পাতে।

বিজয়ে দেওবাৰে নতুন দলটোৰ প্ৰথমটো ৰেলী অনুষ্ঠিত কৰিছিল। এই সময়ছোৱাত তেওঁ নিজৰ অনুৰাগীৰ সৈতেও কথা পাতি ক’লে- তামিলনাডুত অনুৰাগীৰ সৈতে কথা পাতি বিজয়ে কয় যে, মই মোৰ কেৰিয়াৰৰ শিখৰত থকাৰ সময়তে এতিয়া মই চিনেমা জগত এৰিছো আৰু লগতে সেই আকৰ্ষণীয় দৰমহাও নাকচ কৰিছো। মই কেৱল আপোনালোক সকলোৰে ওপৰত বিশ্বাস ৰাখি আপোনালোকৰে বিজয় হৈ আহিছো’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bijay ThalapathiIndian PoliticsSouth ActorSouth Superstar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
Next Post
পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা

২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.