• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

2 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

13 seconds ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

53 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

editor by editor
October 28, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদি গুণগত মান বিফল, তালিকাত আৰু কি কি ?

বেমাৰ হোৱা মাত্ৰেই ঔষধ খোৱাৰ পূৰ্বে এতিয়া সাৱধান হোৱাৰ সময়। কিয়নো এই ঔষধবোৰত থকা ড্ৰাগছে শৰীৰটোক সুস্থ কৰাৰ পৰিৱৰ্তে ইয়াক আৰু অধিক বিপদৰ মাজলৈ ঠেলি দিয়াৰ সম্ভাৱনা। শেহতীয়াকৈ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই পুনৰ অমান্য ঔষধৰ তালিকা প্ৰকাশ কৰে। ইয়াৰ ভিতৰত ডায়েবেটিছৰ ঔষধ, কাহৰ চিৰাপ, এন্টিবায়টিক আদি ৭১ বিধ ঔষধক ভুৱা বুলি অবিহিত কৰে।

কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) সাধাৰণতে ব্যৱহৃত পান ডি আৰু শ্বেলকেল ৫০০কে ধৰি ৭১টা ঔষধক “ভুৱা” বা “মানক মানদণ্ডৰ নহয়” (এনএছকিউ) বুলি ঘোষণা কৰিছে।

কেন্দ্ৰীয় সংস্থাটোৱে নিজৰ প্ৰতিবেদনত কাহৰ চিৰাপ, প্ৰসৱ প্ৰৰোচনামূলক ঔষধ, পেৰাচিটামল, প্ৰদাহ নিবাৰণকাৰী চকুৰ ড্ৰপ, কেলচিয়াম আৰু ভিটামিন ডি ৩ পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী বড়ি, আৰু ৰক্তচাপৰ ঔষধৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) সাধাৰণ গেষ্ট্ৰিক ঔষধ, অকেন্সাৰ প্ৰষ্টেট বৃদ্ধিৰ চিকিৎসাৰ বাবে ঔষধ, হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য খাদ্য পৰিপূৰক আৰু ৰজোনিবৃত্তিৰ পিছত মহিলাসকলে ৰক্তহীনতা আৰু অষ্টিঅ’পৰ’ছিছৰ বাবে ব্যৱহাৰ কৰা ঔষধক
Spurious বুলি বিবেচনা কৰে।

চিনাক্ত কৰা ভুৱা ঔষধসমূহৰ ভিতৰত আছে-
PAN-D: Pantoprazole Gastro-Resistant আৰু Domperidone Prolonged-Release Capsules, সাধাৰণতে এচিড ৰিফ্লাক্স আৰু অন্যান্য গেষ্ট্ৰিক সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Central Drugs Control OrganisationIndian DrugsIndian Medicine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
Next Post
২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা

২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা

১ নৱেম্ববৰত গুৱাহাটী মহানগৰত স্থানীয় বন্ধৰ ঘোষণা

১ নৱেম্ববৰত গুৱাহাটী মহানগৰত স্থানীয় বন্ধৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.