• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

28 minutes ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

15 seconds ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

2 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

3 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

4 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

5 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

6 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

6 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

6 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

7 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

8 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

আৰক্ষী উপায়ুক্ত কার্যালয়, যান-বাহন শাখাৰ পৰা নিৰ্দেশনা জাৰি কৰিছে...

editor by editor
October 15, 2026
in অসম, বিবিধ, লেখা
0
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গা পূজাক কেন্দ্ৰ কৰি মহানগৰীত আইন-শৃংখলা বজাই ৰখা, যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা আৰু পূজাৰ সময়ছোৱাত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। পূজাৰ দিনকেইটাত পূজা মণ্ডপসমূহত ভক্তৰ ভিৰ বৃদ্ধি পোৱাৰ লগতে মহানগৰীৰ পথসমূহতো যান-বাহনৰ চলাচল বৃদ্ধি পায়। এনে পৰিস্থিতিত যান-জঁট নিয়ন্ত্ৰণ, শব্দ প্ৰদূষণ ৰোধ, জনসাধাৰণৰ সুৰক্ষা আৰু শান্তিপূৰ্ণভাৱে পূজা উদ্‌যাপন নিশ্চিত কৰাই আৰক্ষীৰ অন্যতম লক্ষ্য।

গুৱাহাটীৰ মহানগৰ এলেকাত দুর্গা পূজাৰ সময়ছোৱাত সাধাৰণ ৰাইজ বিশেষকৈ শিশু, ছাত্র-ছাত্রী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ দৰে পথ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে এম্বুলেঞ্চ, অগ্নিনির্বাপক বাহন আদি জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ অবাধ চলাচলৰ সুবিধাৰ্থে ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত তলত উল্লেখ কৰা বাধা-নিষেধসমূহ বলবৎ কৰা হ’ব।

সামগ্রী কঢ়িওৱা বাহনৰ চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা:

  1. দুর্গা পূজাৰ সময়ছোৱাত ২০২৬ চনৰ ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সামগ্রী কঢ়িওৱা বাহনসমূহক মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
  2. দুপৰীয়া ২ বজাৰ পৰা নিশা ২ বজালৈ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধকৰণ।
  3. দিছপুৰ আৰক্ষী থানা এলেকাত মহানগৰীত চলাচল কৰা চিটি বাছৰ ক্ষেত্রত নির্দেশনা- বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছ (বশিষ্ঠ চাৰিআলি-বেলতলা তিনিআলি-ছার্ভে-চুপাৰমার্কেট-গণেশগুৰি উৰণ সেতু-পল্টনবজাৰ-এ. টি. ৰোড-ভৰলুমুখ-মালিগাঁও পথেৰে চলাচল কৰা বাছ।সমূহ বশিষ্ঠ চাৰিআলি-কইনাধৰা পইণ্ট-খানাপাৰা, জি. এছ, ৰোড-পল্টনবজাৰ-নেপালী মন্দিৰ-এ. টি. ৰোড-ভৰলুমুখ হৈ ধাৰাপুৰলৈ চলাচল কৰিব লাগিব।
  4. আদাবাৰী বাছ আস্থানৰ পূৰা লালগণেশলৈ চলাচল কৰা চিটি বাছ (মালিগাঁও-কাছাৰী-ৰবীন্দ্র ভৱন-গুৱাহাটী ক্লাব-চান্দমাৰী উৰণ সেতু-জু-ৰোড-গণেশগুৰি-গণেশ মন্দিৰ-কাহিলীপাৰা-লালগণেশ পথেৰে চলাচল কৰা বাছ। সমূহ মালিগাঁও-কাছাৰী-ববীন্দ্র ভৱন-গুৱাহাটী ক্লাব-চান্দমাৰী উৰণ সেতু-জু-ৰোড উৰণ সেতু-গণেশগুৰি উৰণ সেতু-ছুপাৰমার্কেট-লাষ্ট গেট-ৰাজধানী মছজিদ-গণেশ মন্দিৰ হৈ লালগণেশলৈ চলাচল কৰিব লাগিব।
  5. পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছ (ছয়মাইল-ছুপাৰমার্কেট-লাষ্ট গেট-গণেশ মন্দিৰ-জু-ৰোড-চান্দমাৰী-এম. জি. ৰোড পথেৰে চলাচল কৰা বাছ) সমূহ পাঞ্জাবাৰী পথ-ভি. আই পি. ৰোড-নুনমাটি-চান্দমাৰী-এম. জি. ৰোড হৈ নির্দিষ্ট গন্তব্যস্থানলৈ চলাচল কৰিব লাগিব।
  6. ধাৰাপুৰৰ পৰা উভতি অহা চিটি বাছসমূহ: মালিগাঁও-চান্দমাৰী-জু-ৰোড-গণেশগুৰি উৰণ সেতুৰ ওপৰেদি-ছয়মাইল উৰণ সেতু-পাঞ্জাবাৰী পথেৰে চলাচল কৰিব লাগিব।
  7. হাতীগাঁৱৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছ (হাতীগাঁও চাৰিআলি-ৰাজধানী মছজিদ-আৰ. পি. ৰোড-গণেশগুৰি উৰণ সেতুৰ তলেৰে-জু-ৰোড-চান্দমাৰী-এম. জি. ৰোড-ধাৰাপুৰ পথেৰে চলাচল কৰা হ’ব) উভতি অহাৰ সময়ত ধাৰাপুৰ-এম. জি. ৰোড-চান্দমাৰী-জু-ৰোড-গণেশগুৰি উৰণ সেতু-ছুপাৰমার্কেট-লাষ্ট গে’ট-ৰাজধানী মছজিদ-হাতীগাঁও চাৰিআলি হৈ হাতীগাঁৱলৈ উভতিব লাগিব।

আন্তঃজিলা বাছৰ ক্ষেত্ৰত নির্দেশনা:

নামনি অসমৰ ফালৰ পৰা পল্টনবজাৰ অভিমুখে অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ. এছ. টি. চি.) বাছসমূহক জালুকবাৰীৰ ফালৰ পৰা মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই বাছসমূহক আন্তঃৰাজ্যিক বাছ আস্থান (আই এছ. বি. টি.) লৈ যাবলৈ নির্দেশ দিয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
Next Post
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.