- অৱশেষত মুকলি কৰা হ’ল CJPৰ প্ৰতিবাদকাৰীক
- প্ৰায় ১২ঘণ্টাৰ অন্তত মুকলি কৰা হ’ল প্ৰতিবাদকাৰীক
- ৩৫গৰাকী প্ৰতিবাদকাৰীক মুকলি কৰি দিলে আৰক্ষীয়ে
- কাহিলীপাৰাৰ 10TH APBNত ৰখা হৈছিল প্ৰতিবাদকাৰীসকলক
- আমৰণ অনশন ঘোষণা কৰিছিল প্ৰতিবাদকাৰীসকলে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














