• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

editor by editor
June 18, 2025
in জীৱনশৈলী
0
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পদ, সমৃদ্ধি আৰু জ্ঞানৰ গ্ৰহ গুৰু বৃহস্পতিয়ে ১২ জুনৰ পৰা অস্তমিত হব৷ দৃক পঞ্চাঙ্গ অনুসৰি দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে জুলাই মাহৰ ৯ তাৰিখে পুৱা ৪ বাজি ৪৪ মিনিটত উদিত হব৷ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি বৃহস্পতিৰ মুঠ ২৭ দিন অস্তমিত সময়ত কোনো শুভ আৰু মাঙ্গলিক কাম কৰা নহয়৷ গুৰু বৃহস্পতি জ্ঞান, ধৰ্ম, সম্পদ, অৱস্থান, প্ৰতিপত্তি আৰু ভাগ্যৰ কাৰক আৰু অধিপতি গ্ৰহ৷ যেতিয়া বৃহস্পতি উদিত হয় তেতিয়া ইয়াৰ ইতিবাচক প্ৰভাৱ জাতকৰ জীৱনত নতুন সুযোগ আৰু অগ্ৰগতি আনিবাৰ্য৷ জ্যোতিষ শাস্ত্ৰমতে তেতিয়াৰে পৰাই ৫ ৰাশিৰ সোনালী সময় আৰম্ভ হব৷ এই সময়ত প্ৰচুৰ সম্পদৰ লগতে পদে পদে প্ৰতিপত্তি লাভৰ সম্ভাৱনা আছে৷ জানি থওক এই ৫ ভাগ্যবান ৰাশি কি কি?

বৃষ ৰাশি

গুৰু উদয় বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰা হব৷ উচ্চ পদ লাভৰো সম্ভাৱনা আছে৷ যদি আপুনি চৰকাৰী চাকৰি বা পদোন্নতিৰ বাবে অপেক্ষা কৰিছে তেন্তে এই সময় আপোনাৰ বাবে শুভ৷ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব আৰু যিকোনো অমীমাংসিত কামো সম্পন্ন হব পাৰে৷ পাৰিবাৰিক জীৱনতো সন্মান বৃদ্ধি পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে গুৰুৰ উদয়ে জীৱনলৈ এক নতুন দিকনিৰ্দেশনা আনিব৷ আপোনাৰ নেতৃত্বৰ ক্ষমতা স্বীকৃত হব৷ সমাজত প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ত নতুন চুক্তি বা অংশীদাৰিত্ব লাভজনক প্ৰমাণিত হব৷ আপুনি বিদেশ ভ্ৰমণ বা উচ্চশিক্ষা সম্পৰ্কিত কিছু সুসংবাদ পাব পাৰে৷ আৰ্থিক লাভৰো প্ৰৱল সম্ভাৱনা আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে গুৰু উদয়ৰ সময় খুবেই উপকাৰী প্ৰমাণিত হব৷ বিশেষকৈ যিসকলে শিক্ষা, লেখাপঢ়া, আইন বা বিচাৰ ক্ষেত্ৰৰ সৈতে যুক্ত তেওঁলোকে দুৰ্দান্ত সাফল্য পাব পাৰে৷ আপোনাৰ কথাত মানুহ মুগ্ধ হব৷ আপোনাৰ ব্যৱহাৰত মধুৰতা থাকিব৷ বেংক বেলেন্স বাঢ়িব৷ বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

গুৰু উদয়ৰ কাৰণে মকৰ ৰাশিৰ জাতকে ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ বৰ্তমান পৰ্যন্ত অসম্পূৰ্ণ পৰিকল্পনাসমূহ সম্পূৰ্ণ কৰিব পাৰে৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ যি ভৱিষ্যতে অগ্ৰগতিৰ পথ খুলি দিব৷ সম্পত্তি বা যানবাহন ক্ৰয়ৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব৷

মীন ৰাশি

মীন ৰাশিৰ ওপৰত গুৰুৰ প্ৰত্যক্ষ দৃষ্টি অত্যন্ত ফলপ্ৰসূ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু দীৰ্ঘদিন ধৰি ৰৈ থকা কাম দ্ৰুতগতিত সম্পন্ন হব৷ এই সময় শিক্ষাৰ্থীসকলৰ বাবেও অনুকূল৷ অৰ্থ লাভৰ ওপৰিও আধ্যাত্মিক অগ্ৰগতিৰ লক্ষণ আছে৷ ধৰ্মীয় ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে আৰু জীৱনত শান্তি আৰু ভাৰসাম্যৰ অনুভূতিও বিৰাজ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.